NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

শনিবাৰে ঘোষণা কৰা হয় ‘মিছ ৱৰ্ল্ড ২০২৬’ৰ বিজয়ীগৰাকীৰ নাম। ডমিনিকান ৰিপাব্লিকৰ এগৰাকী সুন্দৰী জোহেইৰী মোলা ডমিংগেজ হ’ল ৭৩ সংখ্যক মিছ...

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

ক্ৰিকেটৰ মহাৰণত ইতিহাস ৰচিলে ভাৰতীয় মহিলা দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে। এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈয়েই এক বিশ্বৰেকৰ্ড নিজৰ নামত...

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

ভাৰতীয় ফুটবলপ্ৰেমীৰ দীঘলীয়া প্রতীক্ষাৰ অন্ত পেলাই অহা ১০ অক্টোবৰৰ পৰা আৰম্ভ হ'ব ইণ্ডিয়ান ছুপাৰ লীগৰ নতুন ছিজন। ২০২৭ চনৰ মে'...

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

প্ৰায় ৫০০ বছৰ ধৰি ব্যৱহৃত হৈ অহা 'মাৰ্কেটৰ মানচিত্ৰ'ৰ বিকল্প হিচাপে অধিক নিখুঁত মানচিত্ৰ ব্যৱহাৰৰ সপক্ষে ৰাষ্ট্ৰসংঘত এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ...

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

নেপালৰ প্ৰলয়ংকাৰী বানপানীৰ ১০ দিনৰ পাছত শনিবাৰে এটা সুৰংগৰ পৰা এজন চীনা নাগৰিকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। ২৬ আগষ্টত...

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

দিল্লীৰ যন্তৰ-মন্তৰত ছাত্ৰ আন্দোলনত অংশ লোৱা এগৰাকী প্ৰতিবাদকাৰী কিশোৰীৰ পিতৃক আক্ৰমণ কৰাৰ অভিযোগত অভিযুক্ত হিন্দুত্ববাদী ইনষ্টাগ্ৰাম ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভৰদ্বাজক দিল্লী...

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ মুখ্য আহ্বায়ক প্ৰণৱ দলেৰ মুক্তিৰ দাবীত বোকাখাতত অনুষ্ঠিত হ’বলগীয়া নাগৰিক সভাত গোলাঘাট জিলা...

পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

তামিলনাডুৰ এখন সৰু গাঁৱত কেইবা দশক ধৰি সকলোৱে তেওঁক ‘মুথু মাষ্টাৰ’ নামেৰে চিনি আহিছিল। বগা চোলা, ধূতি, সৰু চুলি আৰু...

চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

এজন শিক্ষকৰ বাবে চাকৰিৰ পৰা অৱসৰ লোৱা মানেই সাধাৰণতে শ্ৰেণীকোঠাৰ সৈতে থকা দীঘলীয়া সম্পৰ্কৰ অন্ত পৰা। কিন্তু কলিয়াবৰৰ মুৰুলী বৰাৰ...

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

পূব জাৰ্মানীৰ চেক্সন-আনহাল্ট ৰাজ্যত আগন্তুক সংসদীয় নিৰ্বাচনে সমগ্ৰ দেশতে চৰম ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰিছে। শেহতীয়া জনমত সমীক্ষাত স্পষ্ট ব্যৱধানত আগবাঢ়ি...

Page 65 of 6697 1 … 64 65 66 … 6,697

Stay Connected

Recent News