NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ে ১৮ ছেপ্টেম্বৰ, শুকুৰবাৰে প্ৰকাশ কৰা ২০২৫ চনৰ প্ৰথমখন জিলা পৰ্যায়ৰ পৰ্যাবৃত্ত শ্ৰম শক্তি জৰীপৰ প্ৰতিবেদনত দেশৰ যুৱপ্ৰজন্মৰ কৰ্মসংস্থাপন...

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ব্যৱহৃত ইভিএমৰ বিশ্বাসযোগ্যতা আৰু আইনী গ্ৰহণযোগ্যতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ পৰৱৰ্তী...

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

দিল্লীৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ অধীনত ৰাজধানী চহৰখনৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তালৈ নিৰ্বাচন আয়োগে জাননী জাৰি কৰিছে। শনিবাৰে পোহৰলৈ অহা...

বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

ককৰোচ জনতা পাৰ্টি চমুকৈ চিজেপিৰ এটা প্ৰতিনিধি দল চৰকাৰী বিদ্যালয় পৰিদৰ্শনৰ বাবে ৰাজস্থানৰ উদয়পুৰত উপস্থিত হোৱাৰ দিনাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভজনলাল...

এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰৰ চমক! দলীয় শাখাৰ পাছত এইবাৰ ব্যক্তিগত শাখাতো ৰূপ জিনিলে ইলাভেনিলে

এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰৰ চমক! দলীয় শাখাৰ পাছত এইবাৰ ব্যক্তিগত শাখাতো ৰূপ জিনিলে ইলাভেনিলে

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছ ২০২৬ত ভাৰতীয় শ্বুটাৰ ইলাভেনিল ভালাৰিভানে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ ব্যক্তিগত শাখাত ৰূপৰ...

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

দেওবাৰে নিশা ইউক্ৰেইনে ৰাছিয়াৰ ওপৰত ১৬০০ৰো অধিক ড্ৰোনেৰে এক বৃহৎ আক্ৰমণ সংঘটিত কৰিছে। ৰাছিয়াৰ ৰাজধানী মস্কোৰ মেয়ৰ চাৰ্গেই ছবিয়ানিনে ইয়াক...

নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

মুম্বাইৰ উপকূলীয় পথৰ উৰণীয়া সেঁতুত সংঘটিত হৈছে এক মৰ্মান্তিক তথা ভয়ানক গাড়ী দুৰ্ঘটনা! তীব্ৰ গতিৰে চলা এখন বিলাসী বিএমডব্লিউ গাড়ীনিয়ন্ত্ৰণ...

হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

অষ্ট্ৰেলিয়াৰ পৰা অহা এখন জাহাজ আমেৰিকা অভিমুখে গৈ আছিল। হঠাৎ জাহাজখন হংকঙৰ ফালে ঘূৰি আহিল। জাহাজখনত আমেৰিকাৰ এফ ৩৫ বিমানৰ...

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

নীলা ভিখে পাটিলৰ জন্ম ছুইডেনত। কিন্তু তেওঁৰ শিপা আছে মহাৰাষ্ট্ৰতেই। তেওঁ শৈশৱো ইয়াতেই কটাইছিল। এইবাৰ তেওঁ ছুইডেনৰ সাংসদ হিচাপে নিৰ্বাচিত...

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

মহাকাশ এখন বিশাল জগত; মানুহে যিমানেই ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰে সিমানেই নতুন নতুন ৰহস্য উন্মোচিত হয়। শেহতীয়াকৈ বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ...

Page 73 of 6726 1 … 72 73 74 … 6,726

Stay Connected

Recent News