NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

ইণ্ডোনেছিয়াত হিন্দু ধৰ্মক অপমান কৰাৰ অপৰাধত কাৰাগাৰত বন্দী হৈছে এজন ছুইজাৰলেণ্ডৰ পৰ্যটক। প্ৰতিবেদন অনুসৰি ছুইজাৰলেণ্ডৰ এজন যুৱকে বালিত ভ্ৰমণৰ সময়ত...

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

অন্ধ্ৰ প্ৰদেশৰ কাকিনাডাৰ এখন নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক কেন্দ্ৰ কৰি দুটা গোটৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষৰ ঘটনাই ব্যাপক আলোড়নৰ সৃষ্টি...

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জৰৰ হত্যাকাণ্ডক লৈ কানাডাত নতুনকৈ আলোড়নৰ সৃষ্টি হৈছে। এটা ফাদিল হোৱা অডিঅ’ ক্লিপত গেংষ্টাৰ সতীন্দৰজিৎ সিং...

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

২০ জন চীনা নাগৰিককে ধৰি ২৪ জন নাৱিক কঢ়িয়াই অনা চীন অভিমুখী এখন মালবাহী জাহাজ বংগোপসাগৰত সন্ধানহীন হৈছে। ওড়িশাৰ পাৰাদ্বীপ...

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

শনিবাৰে আবেলি হায়দৰাবাদৰ মাধাপুৰ অঞ্চলত এটা নিৰ্মীয়মাণ সাত মহলীয়া ভৱন খহি পৰাৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো...

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

ড° ভূপেন হাজৰিকাৰ গীত কেৱল সুৰৰ মূৰ্ছনা নহয়, ই এখন সমাজৰ দাপোণ আৰু প্ৰতিবাদৰ কণ্ঠ। চলিত ছেপ্টেম্বৰ মাহত অসমে সুধাকণ্ঠৰ...

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

বিশ্বৰ আটাইতকৈ বয়সীয়াল জীৱিত ব্যক্তি ইথেল কেটাৰহামে ব্ৰিটেইনৰ চাৰেত (Surrey) পৰিয়াল আৰু বন্ধু-বৰ্গৰ সৈতে নিজৰ ১১৭ সংখ্যক জন্মদিন উদযাপন কৰিছে।...

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ শব্দটো হিন্দীৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল 'ভিত্তি'। বৰ্তমান সময়ত ভাৰতত চৰকাৰী আৰু বেচৰকাৰী বিভিন্ন সেৱা লাভ কৰাৰ বাবে...

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত বাংলাদেশৰ ঐতিহাসিক জয় সাৱ্যস্ত কৰিছিল। কিন্তু মেকেত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত পুনৰ নিজৰ ‘সীমাবদ্ধতা’লৈ ঘূৰি আহিল নাজমুল...

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই যেন কমি আহিল চৰকাৰী ধন আৰু ব্যক্তিগত ব্যৱসায়ৰ সীমাৰেখা। পুনৰ পোহৰলৈ আহিছে সদা চৰ্চিত...

Page 88 of 6698 1 … 87 88 89 … 6,698

Stay Connected

Recent News