NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

ছিৰিয়াৰ গীৰ্জাত বোমা বিস্ফোৰণত ২০ জন নিহত, বহু আহত; আক্ৰমণকাৰী সন্দেহয়ুক্ত আই এছ সন্ত্ৰাসবাদী!  

ছিৰিয়াৰ গীৰ্জাত বোমা বিস্ফোৰণত ২০ জন নিহত, বহু আহত; আক্ৰমণকাৰী সন্দেহয়ুক্ত আই এছ সন্ত্ৰাসবাদী!  

ছিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ এটা গীৰ্জাত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণত ২০ জন লোক নিহত হৈছে। দেশখনৰ সংবাদ সংস্থা SANA ৰ খবৰ...

হৰমুজ প্ৰণালী বন্ধৰ সিদ্ধান্ত ইৰানৰ! আৰ্থিক সংকট বাঢ়িব বিশ্বত, তেলৰ মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন ভাৰতো

হৰমুজ প্ৰণালী বন্ধৰ সিদ্ধান্ত ইৰানৰ! আৰ্থিক সংকট বাঢ়িব বিশ্বত, তেলৰ মূল্যবৃদ্ধিক লৈ উদ্বিগ্ন ভাৰতো

আমেৰিকাৰ আক্ৰমণ। পূৰ্ণাংগ যুদ্ধৰ হাতছানি। আৰু পশ্চিম এছিয়াৰ তেল আৰু গেছৰ সৰবৰাহত আঘাত লগাৰ আশংকা। এই তিনিগুণ সংকটত ইৰাণৰ সংসদে...

নিকৃষ্ট ফিল্ডিং! ইংলেণ্ডৰ ৬টা কেচ ড্ৰপ গীল বাহিনীৰ; বুমৰাহৰ মেজিকৰ পিছত ৰাহুলৰ মসৃন ইনিংছ

নিকৃষ্ট ফিল্ডিং! ইংলেণ্ডৰ ৬টা কেচ ড্ৰপ গীল বাহিনীৰ; বুমৰাহৰ মেজিকৰ পিছত ৰাহুলৰ মসৃন ইনিংছ

কেচ ড্ৰপ কৰাৰ লজ্জাজনক প্ৰদৰ্শনৰ পিছত যশপ্ৰীত বুমৰাহৰ মেজিক আৰু ডাৱৰীয়া আকাশত কে এল ৰাহুলৰ মসৃন বেটিং - মুঠতে হেডিংলে...

কেন্সাৰৰ আশংকা কমাব পাৰে এই তিনি পানীয়ই! হাৰ্ভাৰ্ডৰ গৱেষণাত পোহৰলৈ আহিছে এই তথ্য

কেন্সাৰৰ আশংকা কমাব পাৰে এই তিনি পানীয়ই! হাৰ্ভাৰ্ডৰ গৱেষণাত পোহৰলৈ আহিছে এই তথ্য

কেন্সাৰ দৰে মাৰাত্মক ৰোগৰ পৰা হাত সাৰিবলৈ কেৱল ঔষধৰ ওপৰতে নির্ভৰ কৰিব নালাগে—এই মন্তব্য হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ। তেওঁলোকে কৰা এক...

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

প্ৰকাশ পালে টাইমছ হাইয়াৰ এডুকেচন (THE) ইমপেক্ট ৰেংকিং ২০২৫ । এই তালিকাৰ শীৰ্ষ ৫০ খন শিক্ষানুষ্ঠানৰ ভিতৰত স্থান লাভ কৰিছে...

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

অসম চৰকাৰে “অমৃত বৃক্ষ আন্দোলন”ৰ অধীনত ৰাজ্যজুৰি ১ কোটি গছপুলি ৰোপণৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে, ডিব্ৰুগড় জিলাৰ কেইবাখনো মূল্যৱান বনাঞ্চল...

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

সাম্প্ৰতিক যুগৰ লগত সংগতি ৰাখি মানুহৰ দৈনন্দিন প্ৰয়োজনীয় বস্তুবোৰক আধুনিকতাৰ স্পৰ্শ দিয়া হৈছে। এইবাৰ সেই তালিকাত যোগ হ’বলৈ গৈ আছে...

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

জনপ্ৰিয় ইউটিউবাৰ তথা শিক্ষক খান ছাৰৰ বিবাহ সম্বৰ্ধনা এক বিৰল ছাত্ৰ উৎসৱলৈ ৰূপান্তৰিত হয়। পাটনাৰ অঞ্জুমান ইছলামিয়া হলত অনুষ্ঠিত হোৱা...

সাপক বিশ্বাস কৰিব পাৰিলেও হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস কৰিব নোৱাৰি : ৰকিবুল হুছেইন

সাপক বিশ্বাস কৰিব পাৰিলেও হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস কৰিব নোৱাৰি : ৰকিবুল হুছেইন

হাছিলা বিলত হোৱা উচ্ছেদৰ পিছত উচ্ছেদিত ৰাইজক সাহায্য দিবলৈ গৈ আক্ৰমণৰ বলি হ’ল সাংসদ ৰকিবুল হুছেইন। সাহায্য দিবলৈ যোৱাৰ সময়তে...

টি-২০ বিশ্বকাপ-২০২৬ লৈ যোগ্যতা অৰ্জন কৰিলে কানাডাই

টি-২০ বিশ্বকাপ-২০২৬ লৈ যোগ্যতা অৰ্জন কৰিলে কানাডাই

ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া টি-টুৱেণ্টী বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে কানাডাই। কানাডা ১৩ নম্বৰ দেশ হিচাপে এই বিশ্বকাপত খেলাৰ...

Page 899 of 6680 1 … 898 899 900 … 6,680

Stay Connected

Recent News