আলফা (স্বাঃ)ৰ বিস্ফোৰণৰ সফল তদন্তৰ পুৰস্কাৰ? গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰক পদোন্নতি
গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰক ৰাজ্য চৰকাৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (বিশেষ শাখা)ৰ পদলৈ পদোন্নতি দিছে। গৃহ বিভাগৰ এটা সূত্ৰত...
গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰক ৰাজ্য চৰকাৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (বিশেষ শাখা)ৰ পদলৈ পদোন্নতি দিছে। গৃহ বিভাগৰ এটা সূত্ৰত...
৩০ হাজাৰ কি.মি. পথ চাইকেল যাত্ৰাৰ কৰি গীনিজ বুক অৱ ৱৰ্ড ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত কৰাৰ লক্ষ্যৰে উত্তৰ-পূবত আহি উপস্থিত হৈছে...
লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত বিৰোধী কংগ্ৰেছে বিজেপিৰ বৃহৎ জয়ক সমগ্ৰ দেশত হোৱা ধৰ্মীয় আবেগৰ ফল বুলি অভিহিত কৰিছে। এই...
একেৰাহে দুবাৰকৈ বিপৰ্যয়ৰ সন্মুখীন হ’ল কংগ্ৰেছ। ইয়াৰ পাছতেই ৰাহুল গান্ধীয়ে সভাপতি পদ ত্যাগৰ প্ৰস্তাৱ আগবঢ়ায় যদিও এই প্ৰস্তাৱত সন্মতি জনোৱা...
হাতে দা-গদা-কুঠাৰধাৰী বাবা ৰবীনৰ খেদাত পলাই ফাট মৰা শান্তি পুনৰ ঘূৰি আহিছে গুৱাহাটীৰ সোণাইঘূলি অঞ্চললৈ। অন্ধবিশ্বাসবিৰোধী কৰ্মী দিব্যজ্যোতি শইকীয়াৰ উদ্যোগ...
১৯৬৯ চনত মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বহুতৰ পৰামৰ্শ নুশুনি তেওঁ বিজ্ঞানৰ সলনি কটন কলেজত কলা শাখাত নাম ভৰ্তি...
নগাওঁ লোকসভা সমষ্টিৰ বিজয়ী প্ৰদ্যুত বৰদলৈৰ মতে বিজেপিয়ে সদ্যসমাপ্ত নিৰ্বাচনটোত ধৰ্মীয় মেৰুকৰণৰ চলাইছিল আৰু এইক্ষেত্ৰত তেওঁলোক সফলো হৈছে। দেওবাৰে গুৱাহাটীৰ...
কেন্দ্ৰীয় চৰকাৰৰ ‘ই-অফিচ’ বা ‘পেপাৰলেছ অফিচ’ৰ প্ৰয়াস অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত কাৰ্য্যতঃ বিফল হোৱাটো পৰিলক্ষিত হৈছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ...
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাই হওক বা হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক এতিয়া স্থান প্ৰাপ্তৰ তালিকাখন অধিকাংশ পূৰ কৰে গ্ৰাম্যাঞ্চল বা মফচলীয়...
শনিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষৰ ১০ টা স্থানৰ তিনিটা স্থান দখল কৰিলে মহানগৰীৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান গুৱাহাটী কমাৰ্চ কলেজৰ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd