DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আলফা (স্বাঃ)ৰ বিস্ফোৰণৰ সফল তদন্তৰ পুৰস্কাৰ? গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰক পদোন্নতি

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 29, 2019 7:20 am
Deepak Kumar

সংবাদ মাধ্যমক সম্বোধন কৰি গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ।

2.9k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰক ৰাজ্য চৰকাৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (বিশেষ শাখা)ৰ পদলৈ পদোন্নতি দিছে। গৃহ বিভাগৰ এটা সূত্ৰত এই কথা প্ৰকাশ। অৱশ্যে তেওঁ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপেও দায়িত্ব পালন কৰি যাব বুলি সূত্ৰটোৱে লগতে কয়।

দীপক কুমাৰে যোৱা ১৫ মে’ত গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখত আলফা (স্বাঃ)ই ঘটোৱা বোমা বিস্ফোৰণৰ তদন্তৰ দায়িত্ব লৈছিল আৰু দৃষ্টান্তমূলক সফলতা লাভ কৰিছিল। তেওঁ তৎপৰতাৰে ঘটনাটোৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত কেইবাজনো অভাৰগ্ৰাউণ্ড আলফা সমৰ্থকক গ্ৰেপ্তাৰ কৰি পিছত মূল অভিযুক্ত আলফা কেডাৰ বিজয় অসমকো জালত পেলাবলৈ সক্ষম হৈছিল।

২০১৯ চনৰ পহিলা জানুৱাৰিৰ পৰাই গুৱাহাটী আৰক্ষী আয়ুক্তালয়ত আয়ুক্ত হিচাপে কাৰ্য্যভাৰ লোৱা দীপক কুমাৰ ১৯৯৪ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।

সূত্ৰটোৰ মতে, দীপক কুমাৰৰ লগতে আন এজন আৰক্ষী বিষয়া হৰমীত সিঙকো পদোন্নতি দিয়া হয়।

Recent News

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd