আৰু অপেক্ষা নহয়! অৱশেষত কংগ্ৰেছ এৰিলে দুলু আহমেদে
অৱশেষত কংগ্ৰেছ এৰিলে দুলু আহমেদে। আজি হাজো ৰাজীৱ ভৱনত দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰি অৱশেষত পদত্যাগ কৰাৰ সিদ্ধান্ত লয়...
অৱশেষত কংগ্ৰেছ এৰিলে দুলু আহমেদে। আজি হাজো ৰাজীৱ ভৱনত দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰি অৱশেষত পদত্যাগ কৰাৰ সিদ্ধান্ত লয়...
অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আৰু AIUDF ৰ নেতৃত্বৰ মাজত শনিবাৰে নিশা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিছপুৰৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত হয়...
শিল্পীৰ পৃথিৱীৰ পৰা ৰাজনীতিৰ সংকীৰ্ণ পথাৰখনলৈ সোঁত বলিছে অসমৰ অভিনেতা, গায়ক, সংগীত পৰিচালকৰ। কা আন্দোলনৰ সময়ত বিজেপি ত্যাগ কৰি ৰাজপথৰ...
গুৱাহাটীবাসীৰ এটা দীৰ্ঘদিনীয়া আশা অৱশেষত বাস্তৱত ৰূপায়িত হ’বলৈ ওলাইছে। অহা ২৪ আগষ্টত মুকলি হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দেশৰ দীৰ্ঘতম নদীৰ...
কোনো জাতীয় সংগঠনৰ কাৰোৰে ওপৰত যেন ভৰসা নাইকিয়া হৈছে। বিজেপিক উৎখাত কৰাৰ লক্ষ্য আৰু উদ্দেশ্য একে হ’লেও এতিয়া যেন নতুন...
২০১৯ ৰ ডিচেম্বৰ মাহৰ দুটাকৈ অভিশপ্ত দিন। অসমীয়াৰ স্বাভিমান ৰক্ষাৰ হকে ৰাজপথলৈ বহু নেতা, শিল্পীৰ আহ্বানত ওলাই আহিছিল হাজাৰ হাজাৰ...
দলীয় নেতৃত্বৰ খোৱা-কামোৰা আৰু লবী কেন্দ্ৰিক সংঘাতে ইতিমধ্যে জুৰুলা কৰা প্ৰদেশ কংগ্ৰেছত এইবাৰ পুনৰ নিলম্বিত কংগ্ৰেছী দুলু আহমেদ আৰু প্ৰদেশ...
কৰ’না শেষ হোৱাৰ পাছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক দৈনিক ১০০ গ’ল দিম বুলি মন্তব্য কৰিছিল। ইতিমধ্যে যেন আৰম্ভ হৈ...
২০২১ ত বিজেপিৰ প্ৰত্যাহ্বান হিচাপে থিয় দিব ৭০ টাকৈ জাতীয় সংগঠনৰ নেতৃত্বত গঠন হ’বলগীয়া প্ৰস্তাৱিত নতুন ৰাজনৈতিক দলটোৱে। এই দাবী...
গুৱাহাটী বশিষ্ঠ বৰপথাৰৰ নিবাসী ৰাজকুমাৰ বৰ্মণ আৰু বিনীতা বৰ্মণৰ পুত্ৰ লিটল মাষ্টাৰ ত্ৰিদীপ কুমাৰ বৰ্মণে ২০১৯ বৰ্ষৰ Best Asian Little...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd