দেশৰ সেনাৰ কৰ্তব্যৰ ওপৰতো সন্দেহ কৰে কংগ্ৰেছে : ৰাম মাধৱ
দেশৰ সেনাৰ কামকাজৰ ওপৰত সন্দেহ কৰে কংগ্ৰেছে। দেওবাৰে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ হেঙেৰাবাৰী কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে বিৰোধী দল কংগ্ৰেছক সমালোচনা কৰি এইদৰে কয়। ইপিনে, বিৰোধী...














