হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ! চিকিৎসকৰ লগতে প্ৰয়োজনীয় সা-সুবিধাৰ অভাৱ ৰাজ্যৰ গ্ৰাম্য স্বাস্থ্যসেৱাত
ৰাজ্যৰ স্বাস্থ্য খণ্ডক লৈ সততে প্ৰশ্ন উত্থাপন হৈ আহিছে। শেহতীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত এটি নৱজাতকৰ মৃত্যু...














