DMCA.com Protection Status
Rajen Sharma

Rajen Sharma

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

lakhimpur-doctor-1140x570

আনৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰেৰে চিকিৎসা চলোৱা ভুৱা চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল

আন চিকিৎসকৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি জালিয়াতিৰে উত্তৰ লখিমপুৰত চিকিৎসা চলাই অহা চিকিৎসক এগৰাকীৰ কথা পোহৰলৈ আহিছে। চিকিৎসক অবিনাশ শইকীয়াই...

Samujjal Bhatta

আছু নেতাক ভয়-ভাবুকি প্ৰদৰ্শন কেতিয়াও সহ্য কৰা নহ’ব : সমুজ্জ্বল ভট্টাচাৰ্য

সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে আপত্তি দাখিল কৰাৰ বাবে নগাঁৱত আছু নেতা-কৰ্মীক ভয় ভাবুকি প্ৰদৰ্শন কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছত শনিবাৰে পুনৰ...

IMG_20190512_080805_354

চামগুৰিৰ নৈপৰীয়া অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কালান্তক ৰূপ

চৰকাৰ তথা বিভাগীয় অকৰ্মণ্যতাৰ বাবে কেৱল মাত্ৰ অসমৰ মানচিত্ৰতহে অঁকা থাকিব চামগুৰিৰ এটা নৈপৰীয়া বৃহত্তৰ অঞ্চল। বছৰৰ প্ৰথমটো বাৰিষা ন'হওঁতেই...

WhatsApp-Image-2018-06-28-at-11.55.58-AM-1024x576

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব ঠিকাভিত্তিক টে’ট শিক্ষক

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ আগবাঢ়িছে ৰাজ্যখনৰ ঠিকাভিত্তিত নিযুক্ত টে’ট শিক্ষকসকল। ইয়াৰ লগতে নতুন দিল্লীতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব টে’ট...

murder-generic-2-

মহানগৰীৰ চানমাৰিত যুৱকৰ ছুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত আন এজন যুৱক

মহানগৰীত শনিবাৰে সন্ধিয়া এজন যুৱকে আন এজন যুৱকক ছুৰীৰে আক্ৰমণ কৰি হত্যা কৰা চেষ্টা চলায়। গুৱাহাটীৰ চানমাৰি আৰক্ষী থানাৰ সমীপত...

IMG-20190511-WA0001

শিৱসাগৰত দুৰ্বৃত্তই তাণ্ডৱ চলাই চূৰ্ণ-বিচূৰ্ণ কৰিলে বিদ্যালয়ৰ আচবাব, কিতাপ পত্ৰ

শিৱসাগৰৰ এখন বিদ্যালয়ত শুকুৰবাৰে নিশা দুৰ্বৃত্তই অভাৱনীয়ভাৱে তাণ্ডৱ চলায়। শিৱসাগৰ চহৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ আঁতৰৰ শুকানপুখুৰী অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাই পথৰ...

let chandmd.

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদৰ দেহাৱসান

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদৰ আজি পুৱা ৪ বজাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পাতালত পৰলোকপ্ৰাপ্তি ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ...

labourers-pic-1-1140x570

চিকিৎসক,পৰিচালকক আক্ৰমণ কৰা ডিকম চাহ বাগিচাৰ ১৭জন শ্ৰমিকক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ৰ সমীপৰ ডিকম চাহ বাগিচাৰ ১৭ জন শ্ৰমিকক আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰিছে। অলপতে হৈ যোৱা ধুমুহা ঢেৰেকনিৰ সময়ত বাগিচাত পাত...

AMIT-SHAH-PTI7_30_2017-1140x570

এন আৰ চি সন্দর্ভত অমিত শ্বাহৰ মন্তব্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অসম আন্দোলন সংগ্ৰামী মঞ্চ। পশ্চিমবংগৰ এখন ৰাজহুৱা সভাত অমিত শ্বাহে...

Page 12 of 22 1 11 12 13 22

Recent News