DMCA.com Protection Status
Shivajit Dutta

Shivajit Dutta

ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক

Margherita CAA-protest main

‘কা’-বিৰোধী আন্দোলন আৰু আছুৰ নেতৃত্ব

পৰিপক্ক সংগঠনে জনসাধাৰণক শিকায়ো, জনসাধাৰণৰপৰা শিকেও। কেব-বিৰোধী, কা-বিৰোধী আন্দোলনত অসমৰ জনসাধাৰণে এক প্ৰজ্ঞা-সমুজ্জ্বল দৃষ্টান্ত দাঙি ধৰিছিল– আছুৱে তাৰপৰা যথোচিত পাঠ...

CAA Protest

“অপপ্ৰচাৰ”ৰ অপপ্ৰচাৰ

ভাৰতীয় জনতা পাৰ্টি খুবেই সতৰ্ক দল। কেঁচা, অপটু কাম কৰা ভকত তেওঁলোক নহয়। সহজে নাকচ হৈ যাব পৰা প্ৰচাৰ তেওঁলোকে...

namami Brahmaputra

অসমত ধৰ্ম-প্ৰদৰ্শনৰ বা-মাৰলি : কাৰণ-পূৰণ আৰু তাৎপৰ্য্য

কেইবছৰমানৰ পৰা অসমত ধৰ্ম-পালন-প্ৰদৰ্শনৰ প্ৰকোপ অস্বাভাৱিকভাৱে চৰিছে। চৰকাৰৰ পৃষ্ঠপোষকতাতে নমামি ব্ৰহ্মপুত্ৰ, নমামি বৰাক, ব্ৰহ্মপুত্ৰ পুষ্কৰ আদি বিগ বাজেটৰ ধৰ্মানুষ্ঠান সমাধা...

প্ৰেৰণা পুথিভঁৰাল : এটি অসম-বিৰল, ব্যতিক্ৰমী, প্ৰেৰণাদায়ী অনুষ্ঠান

প্ৰেৰণা পুথিভঁৰাল : এটি অসম-বিৰল, ব্যতিক্ৰমী, প্ৰেৰণাদায়ী অনুষ্ঠান

ভাৰতৰ স্বাধীনতা আন্দোলন কেৱল এক ৰাজনৈতিক আন্দোলনেই নাছিল, মানৱতাৰ উত্তৰণৰ ই আছিল এক সৰ্বাত্মক প্ৰয়াসো। সামাজিক-সাংস্কৃতিক সকলো দিশতে এক আধুনিক...

ঐতিহাসিক ফাট বিহু; বিহু নামেৰে উদুলি মদুলি ম’হঘুলি চাপৰি

উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিহুভিত্তিক বিষয়ৰ অৱতাৰণা : কিছু প্ৰশ্ন

অতি সম্প্ৰতি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে সিদ্ধান্ত লৈছে যে ২০২০ বৰ্ষৰপৰা কাৰ্যকৰী হোৱাকৈ “বিহু” সম্পৰ্কীয় এটি পাঠ্যবিষয় আৰম্ভ কৰা...

Page 1 of 3 1 2 3

Recent News