• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আধাৰ কাৰ্ড, ৰেচন কাৰ্ডৰ সমস্যা; বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , February 9, 2021 8:31 pm

2 min read

baksa news memorandum

ফটো: নৰ্থইষ্ট নাও।

341
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলা গোর্খা ছাত্ৰ সন্থাই আজি আধাৰ কাৰ্ড আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড পোৱাৰ পৰা বহু লোক বঞ্চিত হৈ থকাৰ সমস্যাক লৈ বাক্সা জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু বজগাঁই আৰু সম্পাদক মাধৱ ছেত্ৰীয়ে বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰে।

ছাত্র সংগঠনটোৱে  উল্লেখ কৰা মতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সময়ছোৱাত যি সকল লোকৰ পৰা বায়’মেট্ৰিক সংগ্ৰহ কৰা হৈছিল, তেওঁলোকে আধাৰ কাৰ্ড পোৱাৰ পৰা বঞ্চিত হৈ আহিছে‌।

অতি সম্প্ৰতি খাদ্য আৰু অসামৰিক যোগান আৰু পৰিক্ৰমা বিভাগে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ৰ অধীনত ৰেচন কাৰ্ড থকা লোকৰ মোৱাইল নম্বৰ আৰু বেংক একাউণ্টৰ লগত পৰিয়ালৰ মুৰব্বী তথা সকলো সদস্যৰ আধাৰ নম্বৰ অন্তৰ্ভুক্তকৰণ বাধ্যতামূলক কৰিছে।

যি সকল ৰেচনকাৰ্ডধাৰীয়ে আধাৰ কাৰ্ড জমা দিব পৰা নাই তেওঁলোক ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

এই বিষয়ত বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা হৈছিল যদিও এই সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা হোৱা নাই বুলিও বিবৃতি যোগে অভিযোগ কৰেছাত্র সংগঠনটোৱে।

এই আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ সমস্যাৰ সমাধান বিচাৰি আজি বাক্সা জিলাৰ উপায়ুক্ত গৰাকীৰ জৰিয়তে বাক্সা জিলা গোৰ্খা ছাত্র সন্থাই অসমৰ মুখ্যমন্ত্ৰীলৈ  স্মাৰক পত্ৰখন প্ৰেৰণ কৰে।

আনহাতে, এই সমস্যাৰ সমাধান নহ’লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি বাক্সা জিলা গোর্খা ছাত্র সন্থাই অসম চৰকাৰক সকীয়াই দিয়ে। লগতে ইয়াৰ বাবে উদ্ভৱ হব পৰা যিকোনো পৰিস্থিতিৰ বাবে অসম চৰকাৰ দায়ী হব বুলিও বিবৃটোত উল্লেখ কৰে।

Recent News

ইনষ্টাগ্ৰামলৈ উভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

ইনষ্টাগ্ৰামলৈ উভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

155512718_4069084763109762_1614877952894308684_o

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনায় বোকাখাতত কোনে কোনে দাখিল কৰিলে মনোয়ন পত্র?

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

index

নিৰ্বাচনত বিজেপিক বৰ্জনৰ আহ্বান সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd