• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 1, 2023 7:34 pm
Bangladeshi woman visits UP to meet boyfriend
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্টাৰনেটৰ জৰিয়তে চিনাকী; এই চিনাকীৰেই পিছলৈ প্ৰেমৰ সম্পৰ্ক। প্ৰেমৰ সম্পৰ্কক সম্পূৰ্ণ কৰাৰ মানসেৰে সুদূৰ বাংলাদেশৰ পৰা উত্তৰ প্ৰদেশত উপস্থিত হয় এগৰাকী মহিলা। পিছে ভবা মতে নহ’ল; সকলো ইচ্ছা জলাঞ্জলি দি ভগ্ন হৃদয়েৰে স্বদেশলৈ উভতিবলৈ বাধ্য হ’ল মহিলাগৰাকী।

এই ঘটনাই সম্প্ৰতি লাভ কৰিছে ব্যাপক চৰ্চা। প্ৰকাশিত খবৰ অনুসৰি, প্ৰেমিকক সাক্ষাৎ কৰিবলৈ অহা বাংলাদেশী মহিলাগৰাকী ৩ টা সন্তানৰ মাতৃ। ৩২ বৰ্ষীয় মহিলাগৰাকীক প্ৰেমিকে নিজকে অবিবাহিত বুলি চিনাকি দিছিল।

Apply Now

পূৰ্বে ঠিক কৰা মতে মহিলাগৰাকী শেহতীয়াকৈ প্ৰেমিকক সাক্ষাতৰ বাবে উত্তৰ প্ৰদেশৰ শ্ৰৱস্তি জিলাত উপস্থিত হয়। কিন্তু তেওঁৰ প্ৰেমিক পূৰ্বে বিবাহিত বুলি জানিব পৰাৰ পিছতে মহিলাগৰাকী নিজ দেশলৈ উভতি যায়।

যোৱা ২৬ ছেপ্টেম্বৰত তিনি সন্তানৰ সৈতে ভাৰতত উপস্থিত হৈছিল দিলৰুবা শৰ্মী নামৰ বিধৱা মহিলাগৰাকী। ক’ভিড মহামাৰীৰ সময়ত শৰ্মীৰ স্বামীৰ মৃত্যু হৈছিল।

তাৰ পিছতেই শৰ্মীৰ বাহৰেইনত চেফ হিচাপে কৰ্মৰত কৰিম নামৰ ভাৰতীয় যুৱকজনৰ সৈতে ইণ্টাৰনেটৰ জৰিয়তে চিনাকি হয়। শৰ্মী উত্তৰ প্ৰদেশত উপস্থিত হোৱাৰ দিনাই লক্ষ্ণৌত অৱতৰণ কৰিছিল কৰিমেও।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, তিনিসন্তানৰ সৈতে মহিলাগৰাকী আৰু কৰিম একেখন বাছেৰে বাহৰেইচত উপস্থিত হয় আৰু তাৰে এখন হোটেলত দুদিন কটাই কৰিমৰ জন্ম গাঁও ভাৰত ৰোশনগড়লৈ যাত্ৰা কৰে।

কিন্তু ইয়াৰ পিছতে মোহভংগ ঘটে বাংলাদেশৰ মহিলাগৰাকীৰ। কৰিমে শৰ্মীৰ আগত নিজকে অবিবাহিত বুলি কৈছিল যদিও তেওঁৰ জন্মগাঁৱত উপস্থিত হোৱাৰ পিছতে শৰ্মীয়ে কৰিম ইতিপূৰ্বেই বিবাহিত বুলি জানিব পাৰে।

তেওঁলোক ভাৰত ৰোশনগড়ত উপস্থিত হোৱাৰ পিছতে কৰিমৰ পত্নী আৰু গাঁওবাসীয়ে আৰক্ষী আৰু স্থানীয় সশস্ত্ৰ সীমা বল (SSB) ৰ বিষয়াক এই বিষয়ে খবৰ দিয়ে।খবৰ লাভ কৰাৰ পিছতে নিৰাপত্তা সংস্থাৰ বিষয়ববীয়া সেই স্থানত উপস্থিত হয়।

ইফালে কৰিমক বিবাহিত বুলি জানিব পাৰি শৰ্মীয়েও নিজ দেশলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়। আৰক্ষীয়ে উল্লেখ কৰা মতে, শৰ্মীয়ে সম্পূৰ্ণ বৈধভাৱে ভাৰতত উপস্থিত হৈছিল আৰু সেয়ে তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন নহ’ল।

আনহাতে কৰিমেও তেওঁৰ কৰ্মস্থান বাহৰেনলৈ পুনৰ উভতি যোৱা বুলি জানিবলৈ দিয়ে স্থানীয় আৰক্ষীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd