• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংবাদ মাধ্যমৰ স্বাধীনতাত পদাঘাত: চীনে নিষিদ্ধ কৰিলে BBC ৱৰ্ল্ড নিউজ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2021 8:57 am
bbc
271
VIEWS
Share on FacebookShare on Twitter

সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰসংগত সদায়ে কঠোৰ স্থিতি গ্ৰহণ কৰি অহা চীনে এইবাৰ দেশ খনত নিষিদ্ধ কৰিলে BBC ৱৰ্ল্ড নিউজ।

চীনৰ নেচনেল ৰেডিঅ’ এণ্ড টেলিভিছন এডমিনিষ্ট্ৰেছনে দেশ খনত BBC নিউজ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে।

অলপতে ব্ৰিটেইনৰ সংবাদমাধ্যমৰ নিয়ন্ত্ৰক প্ৰতিষ্ঠান অফকমে ব্ৰিটেইনত চীনৰ ‘চাইনা গ্ল’ৱেল টেলিভিছন নেটৱৰ্ক’ৰ সম্প্ৰচাৰ নিষিদ্ধ কৰাৰ পিছতে প্ৰতিশোধ হিচাবে চীনেও BBC নিউজৰ সম্প্ৰচাৰত বাধা আৰোপ কৰে।

BBC নিউজ নিষিদ্ধ কৰাৰ প্ৰসংগত চীনৰ  নেচনেল ৰেডিঅ’ এণ্ড টেলিভিছন এডমিনিষ্ট্ৰেছনে এই বুলি কৈছে যে BBC- এ সংবাদ পৰিৱেশনৰ ক্ষেত্ৰত পালন কৰিবলগীয়া নীতিনিষ্ঠতা মানি চলা নাই।

সংবাদ গোষ্ঠীটোৰ  বহু বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় বুলিও চীনৰ সংস্থাটোৱে অভিযোগ কৰিছে।

উল্লেখ্য ৪ ফেব্ৰুৱাৰীত চীনৰ বিদেশ মন্ত্ৰালয়ে BBC-এ সম্প্ৰচাৰ কৰা কোভিড অতিমাৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চীনে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কীয় বাতৰিৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু সেই বাতৰিক ভুৱা বাতৰি বুলি দাবী কৰিছিল।

ইপিনে চীনত BBC নিউজ নিষিদ্ধ কৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সংবাদ গোষ্ঠীটোৰ এগৰাকী মুখপাত্ৰই কৈছে যে চীনৰ নিষিদ্ধকৰণত তেওঁলোক আচৰিত হৈছে। সমগ্ৰ বিশ্বতে  বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত BBC ৰ বিশ্বাসযোগ্যতা থকা বুলিও তেওঁ উল্লেখ কৰে। BBC-এ সদায় নিৰ্ভীক আৰু নিৰপেক্ষ ভাবে সংবাদ পৰিৱেশন কৰি থকা বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

উল্লেখ্য বিগত কিছুদিন ধৰি BBC-এ চীনৰ উইঘুৰ প্ৰদেশৰ মুছলমান শৰণাৰ্থীৰ বিশেষ শিক্ষা কেন্দ্ৰ সমূহত চলি থকা অনাচাৰ-অবিচাৰৰ বাতৰি সম্প্ৰচাৰ কৰি আহিছিল।

ফলত বিশ্বৰ সন্মুখত খোল খাইছিল বেইজিঙৰ মুখা।সেইবাবেই চীনৰ চৰকাৰে BBC নিউজ নিষিদ্ধ কৰাৰ বাবে উঠি-পৰি লাগে বুলি বিভিন্ন মহলত চৰ্চা হৈছে।

চীনে BBC নিউজ নিষিদ্ধ কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ব্ৰিটেইনৰ বিদেশ সচিব ডমিনিক ৰাবে।

এয়া সংবাদ মাধ্যমৰ ওপৰত চৰম আঘাত বুলি ৰাবে মন্তব্য কৰিছে।

Recent News

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd