DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাত আক্ৰান্ত বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী; হাস্পাতালত ভৰ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2021 10:41 am
Sourav-Ganguly-750x375
189
VIEWS
Share on FacebookShare on Twitter

কৰ’নাত আক্ৰান্ত হৈছে বিচিচিআইৰ সভাপতি, টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী। বৰ্তমান তেওঁ দক্ষিণ কলকাতাৰ এখন ব্যক্তিগত হাস্পাতাল উডলেণ্ডত আইছ’লেশ্যনত আছে।

সোমবাৰে পুৱাই প্ৰাথমিক পৰীক্ষাত গাগুলীৰ ৰিপ’ৰ্ট পজিটিভ ধৰা পৰে। তাৰপাছত তেওঁৰ দ্বিতীয়বাৰ পৰীক্ষা কৰা হয় আৰু তাতো পজিটিভ আহে।

ইপিনে, গাগুলীৰ পত্নী ডোনা আৰু তেওঁৰ কন্যা ছানাৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে।

Also Read:ছচিয়েল মিডিয়াত অশ্লীল ছবি-ভিডিঅ’ প’ষ্ট কৰি আইনী জাননীৰ সন্মুখীন মোহময়ী অভিনেত্ৰী

নিশাই সৌৰভ গাংগুলীক হাস্পাতাললৈ লৈ যোৱা হয় আৰু বৰ্তমান তেওঁ তাতেই ভৰ্তি হৈ আছে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি পাছত গাংগুলীক হাস্পাতালতে ৰখা হ’ব নে ঘৰতেই আইছ’লেশ্যনত ৰখা হ’ব তাৰ সিদ্ধান্ত লোৱা হ’ব।

সোমবাৰে পুৱাই অসুস্থ অনুভৱ কৰাত সৌৰভৰ টেলিভিশ্বনৰ শ্বুটিং বাতিল কৰা হৈছিল। ইয়াৰ পূৰ্বে তেওঁ কেইবাটাও সামগ্ৰীৰ বিজ্ঞাপনৰ শ্বুটিং সম্পূৰ্ণ কৰে।

গাংগুলী কেনেকৈ কৰ’নাত আক্ৰান্ত হ’ল সেয়া অৱশ্যে জানিব পৰা হোৱা নাই। বিচিচিআইৰ সভাপতিগৰাকীয়ে বিগত কিছুদিন ধৰি দেশ-বিদেশৰ বিভিন্ন স্থান ভ্ৰমণ কৰিছিল।

Also Read:নিৰ্মাণৰ ২৪ ঘন্টা নৌহওতেই চপৰা চপৰে খহিছে পথ; ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৰাইজৰ

শেহতীয়াকৈ তেওঁ মুম্বাই ভ্ৰমণ কৰিছিল যদিও তাতেই তেওঁ কৰ’নাত আক্ৰান্ত হ’ল নে সেয়া অৱশ্যে স্পষ্ট কৰিব পৰা নাই।

বৰ্তমান কৰ’না আক্ৰান্ত সৌৰভ গাংগুলীৰ শৰীৰৰ অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে।  

Recent News

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

এতিয়াৰ পৰা অসম আৰ্হিৰ ঘৰ সাজিলে ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ কৰ

এতিয়াৰ পৰা অসম আৰ্হিৰ ঘৰ সাজিলে ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ কৰ

পুনৰ সাধাৰণ লোকৰ ওপৰত মাধমাৰ : এতিয়াৰ পৰা মাজুলীলৈ যাবলৈ ভৰিব লাগিব দুগুণ টকা

পুনৰ সাধাৰণ লোকৰ ওপৰত মাধমাৰ : এতিয়াৰ পৰা মাজুলীলৈ যাবলৈ ভৰিব লাগিব দুগুণ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd