• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 27, 2021 9:16 pm

2 min read

a russi image
210
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়া আৰু আমেৰিকাৰ মাজত ট্ৰাম্পৰ শাসনকালত পুনৰ শীতল যুদ্ধই গা কৰি উঠিছিল।

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসনৰ পৰা ট্ৰাম্প আঁতৰাৰ লগে লগে ৰাছিয়া- আমেৰিকাৰ সম্পৰ্ক পুনৰ স্বাভাৱিক হ’ব বুলি বহুতে ধাৰণা কৰিছে।

ইয়াৰ মাজতে আজি নৱ নিৰ্বাচিত মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনত কথা পাতে ।

মাৰ্কিন ৰাষ্ট্ৰপতি হিচাবে প্ৰথম বাৰৰ বাবে বিদেনে বিভিন্ন বিষয়কলৈ পুটিনৰ সৈতে কথা পাতে।

এই আলোচনা কালত বিদেনে ইউক্ৰেইনৰ বিৰুদ্ধে আৰু অধিক কঠোৰ ব্যৱ্স্থা গ্ৰহণ নকৰিবলৈ পুটিনক অনুৰোধ জনায়।

বিদেনে লগতে পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ ম্যাদ বৃদ্ধিৰ প্ৰসংগতো পুটিনৰ সৈতে খৰচি মাৰি আলোচনা কৰে।

উল্লেখ্য পাৰমাণৱিক অস্ত্ৰ নয়িন্ত্ৰণ চুক্তিৰ ম্যাদ চলিত বৰ্ছৰ ফেব্ৰুৱাৰী মাহত অন্ত পৰিব।

পুটিনৰ সৈতে হোৱা আলোচনা কালত বিদেন এই চুক্তিৰ ম্যাদ আৰু পাঁচ বছৰলৈ বৃদ্ধি কৰাৰ পোষকতা কৰে।

২০১০ চনতে তদানীন্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই ৰাছিয়াৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰিছিল।

শীতল যুদ্ধই চানি ধৰা দেশ দুখনৰ মাজত এক শান্তি আৰু নিৰাপত্তাৰ পৰিবেশ গঢ় দিয়াৰ বাবেই অ’বামাই ৰাছিয়াৰ সৈতে এই চুক্তি কৰিছিল।

প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৰাছিয়াৰ সৈতে থকা এই চুক্তিৰ প্ৰতি সঁহাৰি জনোৱাৰ পৰিৱৰ্তে বিভিন্ন প্ৰকাৰে চুক্তি খনৰ বিৰোধিতাহে কৰিছিল।

ফলত দেশ দুখনৰ মাজত পুনৰ উত্তেজনাই গা কৰি উঠিছিল।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd