• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কামত অসন্তুষ্ট! পাঁচজন কনিষ্ঠ আৰক্ষী বিষয়াক দুঘণ্টাৰ বাবে জে’লত ভৰালে এছপিয়ে, তাৰপিছত…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2022 2:26 pm
149
VIEWS
Share on FacebookShare on Twitter

কামত অসন্তুষ্ট হৈ বিহাৰ আৰক্ষীৰ পাঁচজন কনিষ্ঠ বিষয়াক দুঘণ্টাৰ বাবে কাৰাবাস দিয়াৰ ঘটনা পোহৰলৈ আহিছে। ঘটনাটোৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ঘটনাকলৈ ইতিমধ্যে ব্যাপক চৰ্চা হৈছে। বহুতে এই ঘটনাক ঔপনিৱেশিক যুগৰ বৰ্বৰতাৰ সৈতে তুলনা কৰিছে।

ইপিনে, সাংবাদিকে ফোনযোগে সংশ্লিষ্ট বিষয়াজনৰ সৈতে বাৰে বাৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰা স্বত্বেও তেওঁ ফোনটো ধৰা নাছিল। এছএমএছ-ৰো কোনো সঁহাৰি দিয়া নাছিল।

শনিবাৰে, বিহাৰ আৰক্ষী সংস্থাই এই ঘটনাটোক গৰিহণা দিয়ে আৰু “ন্যায়িক তদন্ত” দাবী কৰে।

লগতে পঢ়ক: ইডিৰ তালাচী: প্ৰায় ১৫ ঘণ্টাৰ মাৰাথন অভিযানত আমিৰ খানৰ ঘৰৰ পৰা উদ্ধাৰ ১৮ কোটি টকা

ঘটনাটো বৃহস্পতিবাৰে নিশা সংঘটিত হৈছিল। নয়ৱাদা জিলাৰ এখন আৰক্ষী থানাত কৰ্তব্যৰত পাঁচজন আৰক্ষী বিষয়াৰ কামত অসন্তুষ্ট হোৱাৰ পিছত আৰক্ষী অধীক্ষক গৌৰৱ মংলাই তেওঁলোকক দুঘণ্টাৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰে। তেওঁলোকৰ ভিতৰত তিনিজন সহকাৰী উপ-পৰিদৰ্শক আৰু দুজন উপ-পৰিদৰ্শক আছিল।

যদিও এছপিগৰাকীয়ে ঘটনাটো “ভুৱা” আছিল দাবী কৰিছে, ভাইৰেল ভিডিঅ’টোৱে কিন্তু সম্পূৰ্ণৰূপে আন এখন ছবিহে দাঙি ধৰিছে। জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বাৰে বাৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰা হয় যদিও তেওঁলোকে বিষয়টোত কোনো মন্তব্য কৰা নাই।

লগতে পঢ়ক: তিক্ততা অতীত! ৰাণীৰ মৃত্যুৰ পিছত একেলগে ডায়েনাৰ দুই পুত্ৰ হেৰী-উইলিয়াম

আৰক্ষী সংস্থাৰ সভাপতি মৃত্যুঞ্জয় কুমাৰ সিঙে এটা বিবৃতিত কয় যে এছপিৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল যদিও তেওঁ কোনো সঁহাৰি দিয়া নাছিল। “ঘটনাটোৰ পিছতে, আমি আমাৰ নয়ৱাদা গোটৰ পৰা ঘটনাটোৰ বিষয়ে তথ্য পাইছিলো আৰু আৰক্ষী কৰ্মীৰ হোৱাটছএপ গোটতো এই বিষয়ে আলোচনা কৰা হৈছিল। এনে ধৰণৰ ঘটনাই ঔপনিৱেশিক যুগৰ বৰ্বৰতাৰ কথা মনত পেলাই দিয়ে। এই ঘটনাত বিহাৰ আৰক্ষী লজ্জানত হৈছে। আমি ন্যায়িক তদন্ত আৰু চিচিটিভি ফুটেজৰ পুংখানুপুংখ তদন্তৰ দাবী জনাইছো।‘’

बिहार पुलिस का हाल

नवादा में SP ने लापरवाही बरतने के कारण 2 दारोगा और 3 ASI को 2 घंटे तक थाने के लॉकअप में बंद कर दिया. पुलिस एसोसिएशन ने SP पर कार्रवाई की माँग की. pic.twitter.com/FpF4ye9KOb

— UKan (@UKanMovement) September 10, 2022

সংস্থাৰ ফালৰ পৰা লগতে দাবী কৰা হৈছে, “অভিযোগটো হ’ল যে এছপিয়ে বিষয়টো ঢাকি থবলৈ আৰক্ষী বিষয়াসকলক হেঁচা প্ৰয়োগ কৰি আছে। চিচিটিভি ফুটেজ বিলোপ কৰাৰ প্ৰয়াস কৰা হৈছে। শীঘ্ৰে এটা তদন্ত আৰম্ভ কৰিব লাগে আৰু আইপিচিৰ ধাৰাৰ অধীনত এছপিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব লাগে।‘’

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd