• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত বিজুলী মহোৎসৱ ‘উজ্জ্বল ভাৰত, উজ্জ্বল ভৱিষ্যৎ’ উদযাপন

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
July 26, 2022 2:59 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ভাৰতবৰ্ষই পালন কৰি আছে স্বাধীনতাৰ অমৃত মহোৎসৱ। দেশৰ স্বাধীনতাই ৭৫ বছৰ অতিক্ৰম কৰা উপলক্ষ্যে দেশখনৰ ৰাজ্যসমূহৰ আন আন জিলাৰ লগতে বঙাইগাঁও জিলাতো ঝাকুৱাপাৰাত স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ হিচাপে ‘উজ্জ্বল ভাৰত,উজ্জ্বল ভৱিষ্যৎ’ নামেৰে বিজুলী মহোৎসৱ পালন কৰা হয়। ঝাকুৱাপাৰাত অনুষ্ঠিত ‘উজ্জ্বল ভাৰত,উজ্জ্বল ভৱিষ্যৎ’ এই অনুষ্ঠানত বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী, জিলা উপায়ুক্ত নৱদ্বীপ পাঠক, নীপকোৰ উপ-মহাপ্ৰবন্ধক সঞ্জীৱ কুমাৰ বৰুৱা , জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী লীনা সিংহ, বঙাইগাঁও গাঁও-পঞ্চায়তৰ সভাপতি তিলক নাৰায়ণ দেবকে ধৰি গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ তথা স্থানীয় বিদ্যুৎ বিভাগৰ হিতাধিকাৰীসকল উপস্থিত থাকে ৷

হিতাধিকাৰীসকলে বিদ্যুৎ লাভ কৰি কেনেদৰে উপকৃত হৈছে সেই বিষয়ে ব্যক্ত কৰে।ইপিনে সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক ফণীভূষণ চৌধুৰীয়ে পূৰ্ৱৰ বিজুলী বাতিৰ লুকাভাকুৰ বিষয়ে উল্লেখ কৰে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ দিনত হোৱা ১০০ শতাংশ বৈদ্যুতিকৰণৰ বিষয়েও উল্লেখ কৰে।তেওঁ আৰু কয় যে আগতে গাঁৱৰ ভিতৰুৱা অঞ্চলৰ লোকে মোবাইল চাৰ্জ দিবলৈ চহৰলৈ আহিব লগা হৈছিল, কিন্তু আজি কালি বিদ্যুতৰ তেনেকুৱা নাটনি নাই,বিদ্যুৎ এতিয়া পৰ্যাপ্ত পৰিমাণে পোৱা যায়। আনহাতে উপায়ুক্ত নবদ্বীপ পাঠকে বিদ্যুৎ বিভাগৰ সফলতাৰ বিষয়ে উল্লেখ কৰাৰ লগতে কয় যে আজি কালি দেশখনে নিজৰ চাহিদা অনুসৰি বিদ্যুৎ ব্যৱহাৰ কৰাৰ উপৰি চুবুৰীয়া দেশলৈও ৰপ্তানিও কৰিব পাৰে।

Apply Now

তদুপৰি আজি সৌৰশক্তিৰ দৰে নবীকৰণ কৰিব পৰা শক্তিও ব্যৱহৃত হয়।আনকি মিটাৰৰ সমস্যা সোনকালে দূৰ কৰা, সময়মতে বিল আদায় দিব পৰা আদি সকলো ব্যৱস্থা আজি উপলব্ধ। সভাত এপিডিচিএল ৰ চি ই অ’ ৰাজীৱ কুমাৰ গগৈ আৰু এপিডিচিএল ৰ বঙাইগাঁও মণ্ডলৰ মহাপ্ৰবন্ধক বেদব্ৰত চৌধুৰী, সহকাৰী মহাপ্ৰবন্ধক বি কে পাল আদি কৰি বিষয়াসকলো উপস্থিত থাকে। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা আজিৰ ‘উজ্জ্বল ভাৰত ,উজ্জ্বল ভৱিষ্যৎ’ অনুষ্ঠানৰ অংশ হিচাপে দেশত বিদ্যুৎ খণ্ডৰ সফলতাৰ বিষয়ে কেবাখনো চুটী ছৱি প্ৰদৰ্শন কৰা হয় ।ই

য়াৰ উপৰি স্থানীয় শিল্পীয়ে পৰিৱেশন কৰা বিদ্যুৎ সম্পৰ্কীয় দুখন বাটৰ নাটৰ জৰিয়তে বিদ্যুৎ চুৰি কৰাটো যে অপৰাধ আৰু বিদ্যুৎ ৰাহি কৰিবলৈ আমি যে এল ই ডি বাল্ব ব্যৱহাৰ কৰা প্ৰয়োজন তাকে দাঙি ধৰা হয়। অনুষ্ঠানত এটি কুশান নৃত্য পৰিৱেশিত হয় আৰু ইয়াৰ দ্বাৰা অঞ্চলটোৰ কলা-সংস্কৃতিৰ ঐতিহ্যক তুলি ধৰে।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd