• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথত ৰেচন কাৰ্ড নথকা লোকলৈ পাঁচ কেজিকৈ বিনামূলীয়া চাউল

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
May 5, 2020 6:29 pm
Biswanath MLA distributes rice among people without ration card

বিশ্বনাথত বিধায়কে চাউল বিতৰণ কৰাৰ ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খাদ্য সুৰক্ষা আইন, ২০১৩ৰ অধীনত বিনামূলীয়া চাউল লাভ কৰিবৰ বাবে ৰেচন কাৰ্ড নথকা বিশ্বনাথৰ মুঠ ৩৬,৬৮৩টা পৰিয়ালে লাভ কৰিব পাঁচ কেজিকৈ বিনামূলীয়া চাউল।

জিলাখনৰ মুঠ ৭টা উন্নয়ন খণ্ডৰ অধীনত নিৰ্বাচিত কৰা এই পৰিয়ালসমূহক প্ৰদান কৰা সুবিধাই সামৰি লোৱা সৰ্বমুঠ জনসংখ্যা হ’ব ২,৭১,৪৫৪ জন।

Apply Now

জিলাখনৰ গ্ৰামাঞ্চলত উন্নয়ন খণ্ড আৰু পঞ্চায়তসমূহৰ জৰিয়তে আৰু নগৰ এলেকাতো একে প্ৰক্ৰিয়াৰে চাউল মোকলাই দিয়া হৈছে।

সুলভ মূল্যৰ সামগ্ৰীৰ দোকানসমূহৰ জৰিয়তে বিতৰণৰ ব্যৱস্থা কৰা এনে চাউল প্ৰদান প্ৰক্ৰিয়াত জিলাখনৰ বন গাওঁসমূহকো সামৰি লোৱা হৈছে বুলি জানিব পৰা গৈছে।

অৱশ্যে এই চাউল পঞ্চায়তৰ প্ৰতিনিধিসকলে লাভ কৰিব নোৱাৰিব।

আনহাতে শেহতীয়াকৈ হিতাধিকাৰীসকলে এক কেজিকৈ মচুৰ দাইলো লাভ কৰিছে।

বিশ্বনাথ জিলাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত মুঠ ৫,০৪,৩৪৬ গৰাকী হিতাধিকাৰীয়ে ১,১৯,৩৫০খন কাৰ্ডৰ জৰিয়তে এনে সামগ্ৰী লাভ কৰি আহিছে।

সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে মঙলবাৰে গুপ্তকাশী বিশ্বনাথ ঘাটৰ পুৰণি গাওঁস্থিত সুলভ মূল্যৰ দোকানত উপস্থিত হৈ কাৰ্ড নথকা কেইবাগৰাকী হিতাধিকাৰীক বিতৰণ কৰে বিনামুলীয়া চাউল।

উল্লেখ্য যে, ইতিমধ্যে জিলাখনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ৰ অধীনত কাৰ্ড থকা হিতাধিকাৰীসকলে বিনামূলীয়াকৈ অন্তোদয়া অন্ন যোজনা (AAY)ৰ অধীনত ৩৫ কেজি (প্ৰতি কাৰ্ডত), অগ্ৰাধিকাৰ (PRIORITY)ৰ জনমুৰি ৫ কেজিকৈ,  প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত জনমুৰি ৫ কেজিকৈ (AAY আৰু PRIORITY কাৰ্ডৰ ক্ষেত্ৰত) চাউল আৰু প্ৰতি কাৰ্ডত ৮৫০ মি. লি. কৈ কেৰাচিন তেল (নিৰ্দ্ধাৰিত মূল্যত) লাভ কৰিছে।

কাজী জেইদুল ইছলাম

কাজী জেইদুল ইছলাম

Stay Connected

  • 117k Fans

Recent News

মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

September 15, 2026 12:31 pm
দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

September 15, 2026 12:03 pm
NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

September 15, 2026 11:37 am
চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

September 15, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

September 15, 2026 12:31 pm
দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

September 15, 2026 12:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd