• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাই প্ৰফাইল নেতাক লগত লৈ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই দাখিল কৰিলে মনোনয়ন

অনির্বান পাঠক by অনির্বান পাঠক
April 1, 2019 12:54 pm
e8844333-90a2-4eb9-9e9b-170f964bcc23

সোমবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ মনোনয়ন দাখিলৰ মুহূৰ্ত। ফটো : নৰ্থইষ্ট নাও

524
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই আজি দাখিল কৰিলে মনোনয়ন পত্ৰ। সহস্ৰধিক সমৰ্থকসহ অমিনগাঁৱস্থিত কামৰূপ(গ্ৰাম্য) জিলাৰ উপায়ুক্তৰ কাৰ্যালয়লৈ আহি ওজাই মনোনয়ন পত্ৰ দাখিল কৰে।

বিজেপি প্ৰাৰ্থী কুইন ওজাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱকে ধৰি কেইবাজনো আগশাৰীৰ নেতা।

তদুপৰি, গুৱাহাটী সমষ্টিৰ বৰ্তমানৰ সাংসদ বিজয়া চক্ৰৱৰ্তী, মঙলদৈ সমষ্টিৰ বৰ্তমানৰ সাংসদ ৰমেন ডেকা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মন্ত্ৰী কেশৱ মহন্তকে ধৰি  বিজেপি আৰু অগপৰ বহু নেতা ওজাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে।

কুইন ওজাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিকৰ আগত কয়, ‘’মনোনয়ন পত্ৰ দাখিলৰ এই মুহূৰ্তটো আপোনালোকে দেখিলে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকে কুইন ওজাক বিজয়ী কৰিব আৰু দ্বিতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডী ডাঙৰীয়াক প্ৰধান মন্ত্ৰী পাতিব।‘’

আনহাতে, মনোনয়ন দাখিল কৰি প্ৰাৰ্থী কুইন ওজাই কয়, ”মই গুৱাহাটীৰ প্ৰত্যেক গৰাকী নাগৰিকক লগ কৰি মোক ভোট দিয়াৰ বাবে আহ্বান জনাম আৰু মই ভাৱো যে আজিৰ মোৰ দায়িত্ব আৰু বাঢ়িল।”

গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী কুইন ওজা পূৰ্বতে অগপ নেত্ৰী আছিল আৰু  ২০১৪ চনত বিজেপিত যোগদান কৰে। গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ কুইন ওজাই কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ সৈতে পোনপটীয়া প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd