DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰক উচিত শিক্ষা দিয়াৰ এয়া সঠিক সময় : চি পি আই (এম) সাংসদ

২০১৪ চনতে দিয়া ১৮ হাজাৰ টকাৰ প্ৰতিশ্ৰুতি পাহৰিলে বিজেপিয়ে : শংকৰ প্ৰশাদ দত্ত

পিনাকী দাস by পিনাকী দাস
May 2, 2019 12:41 pm
International Labour Day at Agartala

ফটো : নৰ্থ-ইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

বিজেপিয়ে ২০১৪ৰ সাধাৰণ নিৰ্বাচনৰ সময়ত এখন আইনৰ জৰিয়তে দেশৰ শ্ৰমিক সকলৰ মাহিলী আয় কমেও ১৮ হাজাৰ কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া চৰকাৰ অহাৰ পাছত হৈ নুঠিল বা আইন প্ৰণয়ণত সম্পূৰ্ণ ব্যৰ্থ হ’ল বিজেপি। এই মন্তব্য ত্ৰিপুৰাৰ চি পি আই (এম)ৰ সাংসদ শংকৰ প্ৰশাদ দত্তৰ।

আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উপলক্ষে বুধবাৰে আগৰতলাত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি সাংসদ গৰাকীয়ে জনসাধাৰণৰ আগত এই মন্তব্য কৰে।

বৰ্তমানৰ কেন্দ্ৰীয় নেতৃত্বাধীন বিজেপি চৰকাৰখনে শ্ৰমিক গোষ্ঠী, কৃষক শ্ৰেণীৰ লগতে যুৱ সমাজৰ হিতৰ বিৰুদ্ধে কাম কৰে বুলি মন্তব্য কৰি সাংসদ দত্তই কয় যে এই জনবিৰোধী চৰকাৰখনক এশিকনী দিয়াৰ বাবে দেশৰ সকলো লোক একগোট হোৱাৰ সঠিক সময় আহি পৰিছে।

আনহাতে একেটা অনুষ্ঠানতে উপস্থিত থকা ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মানিক সৰকাৰে কয় যে পুনৰ বিজেপি চৰকাৰ শাসনত আহিলে ভাৰতৰ ভৱিষ্যত সুৰক্ষিত নহয়। বিজেপিয়ে সদায় জনবিৰোধী নীতিয়ে গ্ৰহণ কৰি আহিছে বুলিও প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

ইয়াৰ উপৰি ত্ৰিপুৰাত অলপতে অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণত বিজেপিয়ে ব্যাপক বিশৃংখলতাৰ লগতে ৰিগিং কৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে এই অন্যায়ৰ বিৰুদ্ধে একগোট হৈ মাত মাতিবলৈ সকলোকে আহ্বান জনায়।

Recent News

শিক্ষানুষ্ঠানত হিজাব পিন্ধিব পাৰিবনে? কি সিদ্ধান্ত দিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে

কৰ্ণাটকত পুনৰ উত্তেজনা: হিজাব পৰিহিত ১২ ছাত্ৰীক নিদিলে শ্ৰেণীত উপস্থিত থাকিবলৈ

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd