• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ; আজি পুৱা ৮ বজাত দৰ্শন কৰিব কামাখ্যা মন্দিৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 17, 2018 6:57 am

1 min read

amitshah
184
VIEWS
Share on FacebookShare on Twitter

আজি পুৱাতেই কামাখ্য মন্দিৰ দৰ্শন কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। ঘাইকৈ মিজোৰামৰ নিৰ্বাচনী সভাক উদ্দেশ্য কৰি যোৱানিশা ১১ বজাত অসমত উপস্থিত হৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।

বৰঝাৰ বিমানবন্দৰৰ পৰা ৰাতি পোনেপোনে শ্বাহ খানাপাৰাস্থিত তাজ ভিভান্তাত উঠেহি। কাৰ্য্যসূচী অনুসৰি আজি ৮ বজাত তেওঁ কামাখ্যা মন্দিৰ দৰ্শন কৰিব। তাৰ পিছতে দিনটোৰ ভিতৰত অসমত আন কেইবাটাও কাৰ্য্যসূচীত ভাগ লৈ বুধবাৰে মিজোৰামৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাব।

উল্লেখযোগ্য যে অহা ২৮ নৱেম্বৰত মিজোৰামত ৮ম বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। তাৰ বাবে ৰণনীতি প্ৰস্তুত আৰু নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্য লৈ শ্বাহে ৰাজ্যখন ভ্ৰমণ কৰিব।

আনহাতে মিজোৰামলৈ যোৱাৰ পূৰ্বে অসমত দলীয় কাৰ্য্যকৰ্তাৰ সৈতে এখন বৈঠকত মিলিত হ’ব। বিশেষকৈ শেহতীয়াকৈ মিত্ৰদল অগপই পঞ্চায়ত নিৰ্বাচন অকলে খেলিব বুলি স্পষ্ট কৰি দিয়াৰ পাছত বিষয়টো দলটোৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে। এই সন্দৰ্ভতে বৈঠকত আলোচনা হোৱাৰ কথা।

 

Recent News

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd