• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চামগুৰিত বিজেপিৰ ৰণডংকা; ১০০+ ৰ ফৰ্মুলা বুজালে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
February 8, 2021 6:39 pm
মঞ্চত ৰঞ্জিত দাস

মঞ্চত ৰঞ্জিত দাস

216
VIEWS
Share on FacebookShare on Twitter

‘‘দিল্লীলৈ সাধাৰণ দৰিদ্ৰ ৰাইজে চিকিত্সাৰ বাবে যাব নোৱাৰে, আমাৰ চৰকাৰৰ দিনত এইমছৰ দৰে উন্নত চিকিত্সালয়ৰ কাম চলি থকাৰ লগতে এঘাৰখনকৈ মেডিকেল কলেজৰ কাম চলি আছে,’’ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আজি চামগুৰিত ভাষণ প্ৰসংগত এইদৰে কয়।

চামগুৰিৰ কাৱৈমাৰী খেলপথাৰত বিজেপিৰ কলিয়াবৰ জিলা সভাপতি অনিল শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত ৰাজ্যিক সভাপতি গৰাকীয়ে কংগ্ৰেছ চৰকাৰৰ দিনত পাঁচ হাজাৰ ৰাস্তাৰ পকীকৰণৰ কাম হোৱাৰ বিপৰীতে বিজেপি চৰকাৰৰ দিনত একৈশ হাজাৰ পথ পকীকৰণ হৈছে বুলি ৰঞ্জিত দাসে কয়।

ইপিনে, বিজেপিৰ বিধানসভা নিৰ্বাচনত এশ প্লাছ আসনৰ কথা বুজাবলৈ গৈ উপস্থিত ৰাইজৰ লগত এগৰাকী অংকৰ শিক্ষকৰ দৰে আচৰণ কৰি অৱশেষত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় ১০০+ ৰ ভিতৰত কংগ্ৰেছে দখল কৰি থকা আঠটা সমষ্টি ক্ৰমে চামগুৰি, গোলাঘাট, সৰু পথাৰ, শিবসাগৰ, ডুমডুমা, জোনাই, মৰিয়নি আৰু নাজিৰা সমষ্টিত আগন্তুক বিধান সভা নিৰ্ব্বাচনত বিজেপিৰ প্ৰাৰ্থী জয়যুক্ত হ’ব বুলি দাবী কৰে।

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত কাৱৈমাৰী খেলপথাৰত কলিয়াবৰ জিলাৰ বিজেপিৰ উদ্যোগত অনুষ্ঠিত পৃষ্ঠপ্ৰমূখ আৰু কাৰ্যকৰ্ত্তাৰ সন্মিলন সভাখনতে ৰাজ্যিক সভাপতি গৰাকীয়ে চামগুৰি সমষ্টিৰ প্ৰমূখ কেইজনক নিযুক্ত পত্ৰ বিতৰণ কৰে।

সভা অনুষ্ঠিত হোৱাৰ আৰম্ভণিতে উৰিয়াগাঁও বাইপাছৰ পৰা বিজেপিৰ নেতা কৰ্মীসকলে এক বিশাল বাইক ৰেলীৰে ৰাজ্যিক সভাপতি গৰাকীক আদৰি অনাৰ লগতে চামগুৰি তিনি আলিত বিজেপিৰ যুৱ নেতা প্ৰাৰ্থ প্ৰতিম হাজৰিকাৰ নেতৃত্বত বিপুল ভাৱে সভাপতি ৰঞ্জিত দাসক আদৰণি জনোৱা হয়।

পাঁচ সহস্ৰাধিক বিজেপি কৰ্মী-সমৰ্থক উপস্থিত থকা সভাখনত নগাঁও জিলাৰ উপ-সভাপতি  মুকুট কুমাৰ দেৱনাথ, সংখ্যলঘূ মহিলা মৰ্চাৰ উপ সভানেত্ৰী চালমা জেচমিন, কলিয়াবৰ জিলাৰ প্ৰভাৰী দেৱজিত বৰা, কলিয়াবৰ জিলাৰ উপ সভাপতি জ্ঞানদীপ মহন্ত, মহিলা মৰ্চাৰ ৰাজ্যিক সম্পাদিকা পিংকি মিৰ্ধা, ৰূপহীহাট সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নেতা আব্দুল আজিজ,  বিজেপিৰ বাজিয়াগাওঁ মণ্ডলৰ সভাপতি প্ৰাণজিৎ বৰাকে ধৰি বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd