• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে বিজেপিৰ কাৰ্যনিৰ্বাহকত প্ৰস্তাৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 12, 2018 8:10 am
43681856_2007298579364670_6043533617043341312_n
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপিত কৰিবলৈ সংসদত উত্থাপন কৰিবলগীয়া নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰতি সমৰ্থন দিবলৈ আনুষ্ঠানিকভাৱে সাজু হোৱাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছে মাজুলীত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে।

স্বাভাৱিকতেই অসমৰ জাতীয় দল-সংগঠনে তীব্ৰ বিৰোধিতা কৰি অহা এই বিতৰ্কিত বিধেয়কখনৰ সপক্ষে বিজেপিৰ কাৰ্যনিৰ্বাহকে গ্ৰহণ কৰা প্ৰস্তাৱক লৈ ৰাজ্যখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয়নো অসমৰ স্বাৰ্থৰ পৰিপন্থী বুলি বিবেচিত এই বিধেয়কখন গৃহীত হ’লে সকলো জাতীয় দলসংগঠনেই বিজেপিৰ বিৰুদ্ধে মাৰবান্ধি থিয় হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

Apply Now

জানিব পৰা মতে মাজুলীৰ অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকত কাৰ্যনিৰ্বাহকে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে আৰু হিন্দু বাংলাদেশীৰ সংস্থাপনৰ প্ৰয়োজনীয়তা সম্পৰ্কত স্থিতি গ্ৰহণ কৰিবলৈ দলীয় বিষয়ববীয়া আৰু কৰ্মীসকলক নিৰ্দেশ দিছে।

নাগৰিকত্ব সংশোধনী বিধেয়ককে ধৰি বিভিন্ন বিষয়ত ৰাজ্যিক বিজেপিয়ে এইবাৰ আক্ৰমণাত্মক ৰাজনীতি আৰম্ভ কৰিব। ইয়াৰ বাবে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত দলৰ কৰ্মীসকলক বিভিন্ন ইচ্ছ্যুত আক্ৰমণাত্মক হ’বলৈ কোৱা হৈছে।

কাৰ্যনিৰ্বাহকত বিজেপি নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই দলৰ বিষয়াববীয়াসকলক উদ্দেশ্যি কয় যে ’জাতি, মাটি, ভেটি ৰক্ষা কৰিবলৈ বা খিলঞ্জীয়াক ৰক্ষা কৰিবলৈ যাওঁতে আমি বৰাকৰ ১০টা, ডিমা হাছাও-কাৰ্বি আংলঙৰ ৫টা, লামডিং-ধুবুৰীৰ ৫টা সমষ্টিৰ কথাও পাহৰি গ’লে নহ’ব। এইসকলক বাদ দি জাতি, মাটি ভেটিৰ কথা চিন্তা কৰিলে নহ’ব। গতিকে আপোনালোকৰ স্থিতি এই ক্ষেত্ৰত শক্তিশালী হ’ব লাগিব।‘’

তেওঁ লগতে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষাৰ বাবে দলে কিদৰে কাম কৰি আছে তাক ৰাইজৰ মাজত প্ৰচাৰ কৰা লগতে হিন্দু বাংলাদেশী সংস্থাপিত কৰিব খোজা বিধেয়কখনৰ প্ৰয়োজনীয়তা সম্পৰ্কেও ৰাইজক অৱগত কৰিবলৈ আহ্বান জনায়।

মুঠৰ ওপৰত আগন্তুক পঞ্চায়ত তথা লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে অসমত ৰাজনৈতিক পৰিস্থতি উত্তাল কৰি তোলাৰ পৰিকল্পিত নীতি সাজু কৰি তুলিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm
 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

September 2, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd