• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

আদালতৰ ৰায়দানৰ পিছত এই বিষয়টোক লৈ ৰাজনৈতিক আৰু ক্ৰীড়া মহলত নতুন আলোচনা আৰম্ভ হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 3, 2026 12:33 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মল্লযুঁজাৰুসকলৰ অভিযোগৰ ভিত্তিত দাখিল কৰা যৌন নিৰ্যাতনৰ গোচৰত সোমবাৰে বৃহৎ সকাহ লাভ কৰিলে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি তথা বিজেপিৰ প্ৰাক্তন সাংসদ ব্রিজ ভূষণ শৰণ সিঙে। তেওঁক দোষমুক্ত কৰি দিল্লী আদালতে কয় যে অভিযোগ প্ৰমাণ কৰিবলৈ গোচৰটোত পৰ্যাপ্ত আৰু নিৰ্ভৰযোগ্য তথ্য দাখিল কৰা নহ’ল। সেইবাবেই ব্রিজ ভূষণ শৰণ সিঙক দোষমুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷

দিল্লীৰ ৰাউছ এভিনিউ আদালতৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ অশ্বিনী পানোৱাৰে ব্রিজ ভূষনক মুক্তিৰ নির্দেশ দিছে৷ ব্রিজ ভূষণৰ লগতে এই গোচৰৰ আন এজন অভিযুক্ত বিনোদ তোমৰকো মুকলি কৰি দিয়া হৈছে৷ তেওঁ ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ প্ৰাক্তন সহকাৰী সচিব।

Apply Now

২০২৩ চনত দেশৰ কেইবাগৰাকীও শীৰ্ষস্থানীয় মহিলা মল্লযুঁজাৰুৱে ব্রিজ ভূষনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল৷ ২০২৪ চনৰ মে’ মাহত ব্ৰিজভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগত গোচৰ ৰুজু হৈছিল। এই অভিযোগক লৈ দিল্লীৰ যন্তৰ মন্তৰতো দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত হৈছিল। সেই আন্দোলনে সমগ্ৰ দেশতে এক বৃহৎ আলোড়নৰ সৃষ্টি কৰাৰ লগতে ক্ৰীড়া সমাজতো তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল।

এই অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু আদালতত অভিযোগনামাও দাখিল কৰা হয়। দীৰ্ঘদিনীয়া শুনানিৰ অন্তত অৱশেষত আদালতে এই গোচৰৰ পৰা ব্ৰিজভূষণ শৰণ সিঙক দোষমুক্ত কৰে।

অৱশ্যে এই আদালতৰ ৰায়দানৰ পিছত এই বিষয়টোক লৈ ৰাজনৈতিক আৰু ক্ৰীড়া মহলত নতুন আলোচনা আৰম্ভ হৈছে। এই ৰায়ৰ বিৰুদ্ধে অভিযোগকাৰীসকলে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব নে নাই সেয়া লক্ষ্যণীয় হ’ব।

আজি দোষমুক্ত হোৱাৰ পিছত আদালতৰ পৰা ওলাই অহাৰ পিছত ব্রিজভূষণ শৰণ সিঙে প্রথম প্রতিক্রিয়াত কয়, ‘মই প্রথম দিনাই কৈছিলোঁ যে মোৰ বিৰুদ্ধে উত্থাপিত কোনো অভিযোগ প্রমাণ হ’লে মই নিজেই ফাঁচীত ওলমিম৷ আজি আদালতে মোক সন্মানেৰে দোষমুক্ত ঘোষণা কৰিছে।’

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্দেহ, মাৰপিট, মানসিক নিৰ্যাতন! স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ জনপ্ৰিয় অভিনেত্ৰীৰ

সন্দেহ, মাৰপিট, মানসিক নিৰ্যাতন! স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ জনপ্ৰিয় অভিনেত্ৰীৰ

August 3, 2026 1:32 pm
মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

August 3, 2026 12:33 pm
বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

August 3, 2026 11:39 am
স্বাস্থ্য খণ্ডৰ সংকট! দেশৰ ২০খন এইমছত খালী হৈ আছে ২,১৮১টা অধ্যাপক বা শিক্ষক-চিকিৎসকৰ পদ

স্বাস্থ্য খণ্ডৰ সংকট! দেশৰ ২০খন এইমছত খালী হৈ আছে ২,১৮১টা অধ্যাপক বা শিক্ষক-চিকিৎসকৰ পদ

August 3, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্দেহ, মাৰপিট, মানসিক নিৰ্যাতন! স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ জনপ্ৰিয় অভিনেত্ৰীৰ

সন্দেহ, মাৰপিট, মানসিক নিৰ্যাতন! স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ জনপ্ৰিয় অভিনেত্ৰীৰ

August 3, 2026 1:32 pm
মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

August 3, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd