• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আট্টাৰী সীমান্তত পাকিস্তানী অস্ত্ৰ সৰবৰাহকাৰীক উদ্দেশ্যি বি এছ এফৰ গুলিচালনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 11, 2021 4:27 pm

1 min read

আট্টাৰী সীমান্তত পাকিস্তানী অস্ত্ৰ সৰবৰাহকাৰীক উদ্দেশ্যি বি এছ এফৰ গুলিচালনা

উৎস-ইণ্টাৰনেট

252
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে পুৱা ভাৰত-পাকিস্তানৰ আট্টাৰী সীমান্তত এগৰাকী সন্দেহযুক্ত সৰবৰাহকাৰীক উদ্দেশ্য কৰি ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে গুলিচালনা কৰে।

আট্টাৰী-ৱাঘা সীমান্তত সন্দেহযুক্ত চালচলনৰ ব্যক্তি গৰাকীক বি এছ এফৰ জোৱানে বহুবাৰ আতৰি যোৱাৰ বাবে নিৰ্দেশ দিয়াৰ পাছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াত বি এছ এফৰ তৰফৰ পৰা গুলিচালনা কৰিবলৈ বাধ্য হয়।

জানিব পৰা মতে, সন্দেহযুক্ত সৰবৰাহকাৰীজনে ড্ৰাগছ আৰু অবৈধ অস্ত্ৰৰ সৈতে ভাৰত-পাকিস্তান সীমান্তত বিচৰণ কৰি আছিল।

কুৱলীৰ সুযোগ গ্ৰহণ কৰি ভাৰতৰ ভূ-খণ্ডত প্ৰৱেশৰ বাবে সুযোগৰ সন্ধানত থকা সৰবৰাহকাৰীজনে বি এছ এফৰ গুলিচালনাৰ পাছত পালয়ন কৰে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে পঞ্জাৱৰ অট্টাৰী সীমান্তৰ ওচৰত থকা ভাৰত-পাকিস্তান সীমান্ততো বি এছ এফে এগৰাকী পাকিস্তানী নিষিদ্ধ ড্ৰব্য আৰু অস্ত্ৰৰ সৰবৰাহকাৰীক গুলিয়াই হত্যা কৰিছিল।

পাকিস্তানে দীৰ্ঘ সময়ৰ পৰা সীমান্তৰে ভাৰতৰ ভূ-খণ্ডলৈ অবৈধভাৱে অস্ত্ৰ আৰু বিভিন্ন নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে।

Recent News

index

নিৰ্বাচনত বিজেপিক বৰ্জনৰ আহ্বান সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ

digital-media-ethics-1024x512

কেন্দ্ৰৰ ডিজিটেল মিডিয়া নীতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াৰ

202103071802316968_International-Womens-Day-Women-To-Take-Centre-Stage-At_SECVPF

নাৰী দিৱসৰ দিনাই দিল্লীত কৃষক প্ৰতিবাদৰ নেতৃত্ব দিব কেইবাহাজাৰো মহিলাই

Siladitya-570x320-750x375-1

টিকট লাগে, পূৰ্বে কৰা ভুলৰ বাবে ৰাজ্যিক নেতৃত্বৰ ওচৰত ক্ষমা বিচাৰি শিলাদিত্যৰ সন্তাপ!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd