• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুহূৰ্তে মহূৰ্তে চিত্ৰপট সলনি বিটিচিত : আকৌ ক্ষমতাৰ দিশে বিপিএফ, বিপিএফৰ বৃহৎ অগ্ৰগতি, পৰাজয় খাম্ফাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2020 7:00 pm
Hagrama-Mahilary-and-Promod-Boro-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তীব্ৰ উৎকণ্ঠাৰ মাজেৰে গণনা চলি আছে বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গণনাৰ।

পুৱাৰে পৰা প্ৰায় ২৫ৰো অধিক আসনত অগ্ৰগতি লাভ কৰি প্ৰমোদ বড়োৰ নেতৃত্বাধীন য়ুপিপিএলে অগ্ৰগতি লাভ আসনৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পায় ১১ খন হৈছেহি।

Apply Now

পুৱাৰে পৰা ৫ খনৰো কম আসনত অগ্ৰগতি লাভ কৰি থকা হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলে এই মুহূৰ্ত অগ্ৰগতি লাভ কৰা আসনৰ সংখ্যা ১৭ খনলৈ বৃদ্ধি হৈছে। পুনৰ ক্ষমতা দখলৰ দিশে আগবাঢ়িছে বিপিএফ।

পুৱা ভাগৰ ফলাফল লক্ষ্য কৰি দুপৰীয়ালৈকে ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছিল যে বিটিচিত বিপিএফৰ পতন অনিবাৰ্য।

কিন্তু দুপৰীয়াৰ পিছতে হঠাতে বাজিমাৎ মাৰি সন্ধিয়ালৈ বিপিএফে অগ্ৰগতি লাভ কৰা আসনৰ সংখ্যা ১৭ খন আসনলৈ বৃদ্ধি পাইছে।

আনহাতে পুৱা ভাগতে মাত্ৰ ৩ খন মান আসনত অগ্ৰগতি লাভ কৰি থকা বিজেপিয়ে এই মুহূৰ্তত ৯ খনলৈ বৃদ্ধি হৈছে অগ্ৰগতি লাভ কৰা আসনৰ সংখ্যা। উল্লেখ্য যে দুপৰীয়া সময়ত বিজেপিৰ অগ্ৰগতিৰ লাভ কৰা আসনৰ সংখ্যা ১৩ খনলৈ বৃদ্ধি পাইছিল।

সন্ধিয়া ৬.৪০ বজালৈকে বিটিচিত কোনো এটা দলেই একক সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ সম্ভাৱনা প্ৰায় স্পষ্ট হৈ পৰিছে।  উল্লেখ্য যে ৪০ খন  আসনযুক্ত বিটিচি পৰিষদৰ মেজিক সংখ্যাৰ আসন হৈছে ২১ খন।

আনহাতে, ১৭ বছৰে বিটিচি শাসন কৰা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ দুয়োটা সমষ্টিতে পিছ পৰি আছে।

হাগ্ৰামাই দুপৰীয়া তেওঁৰ নিজা সমষ্টি দেৱৰগাঁওত ২,৫০০ আৰু কচুগাঁও সমষ্টিতো ২০০ ভোটত পিছ পৰি আছিল যদিও এই মুহূৰ্তত  ক্ৰমে ৫০০ আৰু ১৭০ টা ভোটত অগ্ৰগতি লাভ কৰিছে।

বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাফ্মা বৈগয়াৰীয়ে চিৰাঙদুৱাৰ সমষ্টিত পৰাজয় কৰিছে য়ুপিপিএলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী(বি আৰ ফেৰেংগাদাও) হাতত। অৱশ্যে বৰ্তমানলৈকে নিৰ্বাচন আয়োগে আনুষ্ঠানিক ঘোষণা কৰা নাই।

দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা য়ুপিপিএলৰ অধ্যক্ষ প্ৰমোদ বড়োৱে কোকলাবাৰী  সমষ্টিত গণ সুৰক্ষা মঞ্চৰ প্ৰাৰ্থী হাতত প্ৰায় ৫ হাজাৰো অধিক ভোটত পিছ পৰি আছে। আনহাতে গয়বাৰী সমষ্টিত ৪ হাজাৰো ভোটৰ ওপৰত আগবাঢ়ি আছে প্ৰমোদ বড়োৱে। আনহাতে প্ৰাক্তন এনডিএফবি নেতা তথা য়ুপিপিএলৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীয়ে ভৈৰৱকুণ্ড সমষ্টিৰ পৰা জয়লাভ কৰিছে।

এই মুহূৰ্তলৈকে কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মিত্ৰজোঁটে ১, নৱ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টিয়ে ১ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ১ আসনত অগ্ৰগলতি লাভ কৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd