DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ম’হৰ চোৰাং কাৰবাৰ! ৭ টা গুণা ম’হ ভৰ্তি গাড়ী জব্দ; ৫জন চোৰক গ্ৰেপ্তাৰ

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
December 28, 2021 2:59 pm
Buffalo thief.png sibsagar

ফটো: নৰ্থইষ্ট নাও।

259
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ আৰক্ষীয়ে নিশা উদ্ধাৰ কৰিছে ৭ টা গুণা ম’হ ভৰ্তি এখন এল পি গাড়ী। সোমবাৰে নিশা শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত চলোৱা এক অভিযানত দিচাংমুখৰ পৰা উদ্ধাৰ কৰে গাড়ীসহ ম’হ কেইটা।

অভিযানত আৰক্ষীয়ে ৭ টা ম’হ উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ লগত জড়িত ৫ জন চোৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

ধৃত চোৰ কেইটা মৰিগাঁৱৰ আজাহুদ্দিন আহমেদ(৩৪), মহম্মদ মহিদুল আলি(২৮),মহম্মদ হিপজুৰ ৰহমান(২৯),শিৱসাগৰৰ ডিমৌমুখৰ চফিকুল আলি (৪৫), শিৱসাগৰৰ হনুমান মন্দিৰৰ সমীপৰ ৰাজেশ কুমাৰ মাহাতু (৩৬) বুলি জানিব পৰা গৈছে।

Also Read: নগাঁৱৰ জুৰীয়াত ১০বছৰীয়া নাবালিকাক নৃশংস হত্যা

বিভিন্ন প্ৰান্তৰ পৰা চুৰি কৰি অনা ম’হ কেইটা দিচাংমুখত ট্ৰাকত তুলিবলৈ লওঁতেই আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে।

ইপিনে চুৰি ম’হ কেইটা নিবলৈ অহা চোৰ কেইটাই পলায়নৰ চেষ্টা কৰিছিল যদিও শিৱসাগৰ আৰক্ষীয়ে খেদি খেদি ভটিয়াপাৰত কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ম’হ চুৰি ঘটনাৰ লগত জড়িত দুখন গাড়ী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা এলপি ট্ৰাক খনৰ নম্বৰ হ’ল BR 01 GC 9079।

ইপিনে চোৰ কেইটা উঠি অহা মাৰুতি গাড়ী খনৰ নম্বৰ হৈছে AS 02 P 8408।

Also Read:নগাঁৱত পৃথক অভিযানত মহিলাকে ধৰি ৯জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

ধৃত চোৰ কেইটাক শিৱসাগৰ সদৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে।

ইপিনে, বাগলহাবিৰ ডবা আলি নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি অঞ্চলটোত গৰু-ম’হৰ চোৰাং বেহাৰ লগত জড়িত থকাৰ অভিযোগ উঠিছে।

Recent News

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd