• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৩ ফেব্ৰুৱাৰিত ১০ ঘণ্টীয়া কাৰ্বি আংলং বন্ধৰ আহ্বান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 12, 2021 3:46 pm

1 min read

১৩ ফেব্ৰুৱাৰিত ১০ ঘণ্টীয়া কাৰ্বি আংলং বন্ধৰ আহ্বান
145
VIEWS
Share on FacebookShare on Twitter

একত্ৰিকৰণ আহ্বায়ক কমিটি(চি চি য়ু)য়ে ১৩ ফেব্ৰুৱাৰিত ১০ ঘণ্টীয়া কাৰ্বি আংলং বন্ধৰ আহ্বান জনায়।

মূলত পাহাৰীয়া অঞ্চল বিকাশ (এইচ এ ডি) বিভাগ আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (বিটিআৰ)ক একেলগ কৰাৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱৰ বিৰোধিতাৰে একত্ৰিকৰণ আহ্বায়ক কমিটিয়ে ১০ ঘণ্টীয়া কাৰ্বি আংলং বন্ধ ঘোষণা কৰে।

ডিফুৰ জিলা প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদমেল সম্বোধন কৰি চি চি য়ুৰ নেতা চাইচিং ৰংপি, খৰচিং টেৰণ আৰু বৰীন্দ্ৰ ৰংপিয়ে ১৩ ফেব্ৰুৱাৰিত ৰাতিপুৱা ৫ বজাৰ পৰা আবেলি ৩ বজালৈ বন্ধ কাৰ্য্যকৰী হ’ব বুলি উল্লেখ কৰে।

‘‘পাহাৰীয়া জনসাধাৰণৰ জিলা আৰু স্থানৰ পৰিবৰ্তন কৰাৰ বাবে একধৰণৰ ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰা হৈছে আৰু আমি ষড়যন্ত্ৰৰ বিৰোধিতা কৰি যাম,’’ সংবাদমেলত খাৰচিং টেৰণে এইদৰে কয়।

‘‘অসমত দুইধৰণৰ জনজাতি আছে-পাহাৰীয়া জনজাতি আৰু সমতলীয় জনজাতি। সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ভাষিক ক্ষেত্ৰত দুয়োধৰণৰ জনজাতিৰ মাজত বহু পাৰ্থক্য আছে,’’ টেৰণে লগতে কয়।

চি চি য়ুত বৰ্তমানলৈ কোনো সাধাৰণ সম্পাদক আৰু সভাপতি নায়।

বৃহস্পতিবাৰে স্বায়ত্তশাসিত ৰাজ্য দাবী কমিটিয়েও ৰাজ্য চৰকাৰৰ  এই এ ডি আৰু বি টি আৰক সংযুক্ত কৰাৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱৰ বিৰোধিতা কৰে আৰু ইয়াক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ বিৰোধী বুলি কয়।

Recent News

a mori

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Screenshot_2021-02-26-16-25-47_1

টীয়কৰ শিক্ষাবিদ ৰবীন দুৱৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ww-copy-1-750x375

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

bhaba

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd