DMCA.com Protection Status

অটো

২৫ জুলাইত বজাৰলৈ আহিব স্মাৰ্ট ফোন জিঅ’মি এম আই এ-৩ (Xiaomi Mi A3); দহগৰাকী গ্ৰাহকে লাভ কৰিব পোলেণ্ডলৈ যোৱাৰ সুবিধা

নতুনকৈ মুকলি হ'বলগীয়া জিঅ’মিৰ নতুন স্মাৰ্ট ফোন এম আই এ৩ অৱশেষত বজাৰলৈ আহিবৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। কোম্পানীটোৱে স্মাৰ্টফোনটো গ্ৰাহকসকলৰ...

Read more

পেট্ৰ’ল, ডিজেল অথবা ইলেক্ট্ৰিচিটি একো নোহোৱাকৈ চলিব পৰা নতুন Apache 200 FiE100 মুকলি বজাৰত

দেশৰ আগশাৰীৰ দুচকীয়া বাহন নিৰ্মাতা কোম্পানী টি ভি এছ ম’টৰছে শুকুৰবাৰে দেশৰ প্ৰথমখন ইথানল শক্তি চালিত বাইক মুকলি কৰে। মুকলি...

Read more

Jio ৰ নতুন অফাৰ : এবছৰৰ বাবে লাভ কৰক বিনামূলীয়া এই সেৱা

ভাৰতীয় টেলিকম জগতত জিঅ’ৰ আবিৰ্ভাৱৰ পাছৰে পৰা হয়তো আপোনালোকে জিঅ’ৰ বিষয়ে শুনিবলৈ পাই আহিছে। জিঅ’ই ভাৰতৰ প্ৰতিটো টেলিকম প্ৰতিষ্ঠানকে যথেষ্ট...

Read more

ভাৰতত আসুসে (ASUS) মুকলি কৰিব বিশ্বৰ আটাইতকৈ পাতল গেমিং লেপটপ; দাম শুনি আচৰিত হ’ব আপুনি!

লেপটপ আৰু স্মাৰ্টফোন নিৰ্মাতা প্ৰতিষ্ঠান আসুসে নতুন প্ৰযুক্তিৰ ব্যৱহাৰেৰে বিশ্বৰ ভিতৰত আটাইতকৈ পাতল গেমিং লেপটপ মুকলি কৰাৰ কথা ঘোষণা কৰে।...

Read more

বজাৰত মুকলি হ’ল হুণ্ডাই কোনা (Hyundai Kona) : দাম, মাইলেজ, ডিজাইন, ৱাৰেণ্টি, চাৰ্জিং সুবিধা আদিৰ বিষয়ে জানক

অৱশেষত ভাৰতৰ বজাৰত মুকলি কৰি দিয়া হ’ল বহু প্ৰতিক্ষিত ইলেক্ট্ৰিক কাৰ হুণ্ডাই কোনা। ইলেক্ট্ৰিক এছ য়ু ভি কাৰখন ভাৰতৰ বিভিন্ন...

Read more

ব্যতিক্ৰমী সোৱাদেৰে অসমৰ চাহ খণ্ডত নতুন সংযোজন ‘ভোটজলকীয়া চাহ’

অসমৰ চাহক ব‍্যতিক্ৰমী ৰূপেৰে উপস্থানৰ কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে চেষ্টা অব্যাহত ৰখা এৰ'মিকা বেণ্ডৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰঞ্জিত বৰুৱাই...

Read more

কাইলৈ মুকলি  হ’ব এবাৰ চাৰ্জ দিলে ৪৫২ কিলোমিটাৰ মাইলেজ দিয়া ইলেক্ট্ৰিক কাৰ ‘হুণ্ডাই কোনা’

কাইলৈ ভাৰতত মুকলি হ’ব হুণ্ডাইৰ ইলেক্ট্ৰিক কাৰ কোনা (Kona)। আকৰ্ষণীয় ষ্টাইলৰ হুণ্ডাই কোনাৰ আনুমানিক বজাৰ মূল্য হ’ব পাৰে ২২ লাখৰ...

Read more

বজাৰলৈ আহিল নতুন ‘ডাষ্টাৰ ফেইছলিফ্ট’; অতি কম দামতে ক্ৰয় কৰক আকৰ্ষণীয় এচ য়ু ভি বাহনখন

ৰেনল্ট ইণ্ডিয়াই আজি ভাৰতীয় গাড়ী বজাৰত মুকলি কৰে কোম্পানীটোৰ নতুন এচ য়ু ভি মডেলৰ কাকৰ্ষণীয় গাড়ী ‘ডাষ্টাৰ ফেইছলিফ্ট’। ডাষ্টাৰ চিৰিজৰ...

Read more

৮ জুলাইত বজাৰলৈ আহিব ‘ডাষ্টাৰ ফেইছলিফ্ট’; আকৰ্ষণীয় ডিজাইনেৰে প্ৰত্যাহবান জনাব ভাৰতীয় গাড়ী বজাৰত

ৰেনল্ট ইণ্ডিয়াই জুলাইৰ ৮ তাৰিখে মুকলি হ’বলগীয়া ‘ডাষ্টাৰ’ৰ নতুন সংস্কৰণ ‘ডাষ্টাৰ ফেছলিফ্ট’ মুকলিৰ পূৰ্বে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কোম্পেনীটোৱে ইতিমধ্যে...

Read more
Page 11 of 12 1 10 11 12

Recent News