DMCA.com Protection Status

সংস্কৃতি

আজি গণশিল্পী খগেন মহন্তৰ স্মৃতিত উদ্যান উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে সন্ধিয়া গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গণশিল্পী খগেন মহন্ত উদ্যান উদ্বোধন কৰিব। উদ্যানখন প্ৰয়াত বিশিষ্ট কণ্ঠশিল্পীগৰাকীৰ...

Read more

জনপ্ৰিয় কপিল শৰ্মা শ্ব’ত জিলিকিল অসমৰ এগৰাকী যুৱতী

ছ’নি টিভি যোগে প্ৰচাৰিত জনপ্ৰিয় কমেডি অনুষ্ঠান ‘দা কপিল শৰ্মা শ্ব’ত এগৰাকী অসম কন্যাৰ অংশগ্ৰহণৰ পিছৰে পৰা চ’চিয়েল মিডিয়াত চলিছে...

Read more

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অকাডেমী ৰত্ন নৃত্যাচাৰ্য যতীন গোস্বামীক সম্বৰ্দ্ধনা জ্ঞাপন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ যুটীয়া উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সদ্যঘোষিত সংগীত...

Read more

বিশিষ্ট নাট্যশিল্পী দুলাল ৰয় আৰু আৰতী দাস বৈৰাগীলৈ নটসূৰ্য ফণী শৰ্মা বঁটা

বিশিষ্ট নাট্যকাৰ দুলাল ৰয় আৰু অভিনেত্ৰী আৰতী দাস বৈৰাগীক অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে এইবৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটাৰে সন্মানিত কৰে।...

Read more

পুৰণিগুদামত দোভাগ নিশা পৰ্যন্ত উৎসৱমুখৰ পৰিবেশ : নৃত্যাঞ্জলী নৃত্য কৰ্মশালাৰ সামৰণি

নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামত বিগত কেইবাদিনো নিশা পৰ্য্যন্ত সৃষ্টি হ'য় এক উৎসৱমুখৰ পৰিবেশৰ। মঙলবাৰে নিশা পুৰণিগুদামৰ ভবেন্দ্ৰনাথ শইকীয়া ৰাজহুৱা প্ৰেক্ষাগৃহত...

Read more

গুৱাহাটীত চিত্ৰশিল্পী অৰুণ চন্দ্ৰ নাথৰ ডিজিটেল শিল্প প্ৰদৰ্শনী

বহু বছৰ ধৰি নীৰৱে শিল্প সাধনাৰ লগত জড়িত থকা অৰুণ চন্দ্ৰ নাথৰ এখন ডিজিটেল শিল্পকৰ্মৰ প্ৰদর্শনী গুৱাহাটী প্ৰেছ ক্লাবত শুক্ৰবাৰে...

Read more

শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত সাঁচিপতীয়া পাণ্ডুলিপি আৰু পৰম্পৰাগত মুখা প্ৰস্তুতকৰণ কৰ্মশালাৰ সফল সামৰণি

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৰ সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী হৈ থকা আন্তৰ্জাতিক সংগঠন ‘ছ'চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱ’ৰ উদ্যোগত আৰু শ্ৰীমন্ত...

Read more

প্ৰতিভাবান সত্ৰীয়া শিল্পী মনোজ কুমাৰ দাসলৈ সংগীত নাটক অকাডেমিৰ ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ

খোলবাদ্যক আন্ত:ৰাষ্ট্ৰীয় স্তৰলৈ নিয়াৰ নিৰলস প্ৰচেষ্টা অব্যাহত ৰখা সত্ৰনগৰী বৰপেটাৰ প্ৰতিভাবান সত্ৰীয়া শিল্পী মনোজ কুমাৰ দাসলৈ  সংগীত নাটক অকাডেমিয়ে আগবঢ়াইছে...

Read more

অসম সাহিত্য সভাৰ উদ্যোগত বৰাক উপত্যকাত প্ৰদৰ্শিত হ’ব অসমীয়া নাট ‘কমলা কুৱঁৰীৰ সাধু’

বৰাক উপত্যকাৰ শিলচৰ আৰু কৰিমগঞ্জত অসম সাহিত্য সভাৰ উদ্যোগত প্ৰদৰ্শিত হ’বলগীয়া ‘কমলা কুৱঁৰীৰ সাধু’ নামৰ নাটখনত অভিনয় কৰিবলগীয়া শিল্পীৰ দলটো...

Read more
Page 29 of 55 1 28 29 30 55

Recent News