শ্ৰেণীত বহিবলৈ শংকিত হৈ পৰিছে বজালী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
গাঁথনিৰ বহু ঠাইত ফাট মেলাৰ বাবে বজালী মহাবিদ্যালয়ৰ বিজ্ঞান ভৱনটো ভাঙি পৰাৰ উপক্ৰম হৈছে। সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত...
Read moreগাঁথনিৰ বহু ঠাইত ফাট মেলাৰ বাবে বজালী মহাবিদ্যালয়ৰ বিজ্ঞান ভৱনটো ভাঙি পৰাৰ উপক্ৰম হৈছে। সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত...
Read moreত্ৰিপুৰাৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান এন আই টি আগৰতলাত দেওবাৰে ৰেগিঙৰ নামত এগৰাকী অৰুণাচলী ছাত্ৰক শিক্ষানুষ্ঠানখনৰ জ্যেষ্ঠ ছাত্ৰসকলে শাৰীৰিক আক্ৰমণ কৰা...
Read moreত্ৰিপুৰাৰ যুৱতী পাতত্ৰি চক্ৰৱৰ্তীয়ে সকলোকে চমকিত কৰি আন এক সাফল্যৰ দিশত খোজ পেলাবলৈ আগবাঢ়িছে। অইন নহয়, বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয় ব’ষ্টনৰ...
Read moreগুৱাহাটীৰ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত শুকুৰবাৰৰ পৰা চতুৰ্থ বাৰ্ষিক ৰিছাৰ্চ কলক্লেভ আৰম্ভ হৈছে । ৰিছাৰ্চ কলক্লেভত দেশ-বিদেশৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰ...
Read moreঅসমৰ অৰ্থনীতিলৈ প্ৰভুত বৰঙণি যোগাই অহা এটি গুৰুত্বপূৰ্ণ উদ্যোগ হৈছে চাহ উদ্যোগ। চাহ বাগিচাসমূহত যি সকলে মুৰৰ ঘাম মাটিত পেলাই...
Read moreসদ্যসমাপ্ত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল অহা মে মাহত ঘোষণা কৰা হ’ব বুলি অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ...
Read moreযোৰহাটৰ ৰৰৈয়াৰ অসম মহিলা বিশ্ববিদ্যালয়ক কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানলৈ অৱনমিত কৰাৰ বাবে ৰাজ্য চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ প্ৰতিবাদত শুকুৰবাৰে...
Read moreআন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই বৃহস্পতিবাৰে যোৰহাটৰ ৰাজপথলৈ ওলাই আহে শ শ অসম মহিলা বিশ্ববিদ্যালয় যোৰহাটৰ ছাত্ৰী। ২০১৩ চনতে কংগ্ৰেছৰ আমোলত...
Read moreমণিপুৰ চৰকাৰে অহা ১৫ মাৰ্চৰ ভিতৰত অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ শিশুৰ বাবে এক শিক্ষা আঁচনি আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। নতুন আঁচনিৰ...
Read moreঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ চলিত বৰ্ষৰ গণিত আৰু ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত গোৱালপাৰাত...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd