শিক্ষা

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; উত্তীৰ্ণৰ সামগ্ৰিক হাৰ ৮১.৫৪ শতাংশ

অসম ৰাজ্যিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২৬ৰ ফলাফল ঘোষণা কৰা হৈছে। এই পৰীক্ষাত উত্তীৰ্ণৰ সামগ্ৰিক হাৰ ৯১.৫৪...

Read moreDetails

কাইলৈ পুৱা ১০.০ বজাত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পৰিচালনা কৰা ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কাইলৈ অৰ্থাৎ ২৮ এপ্ৰিল, মঙলবাৰে ঘোষণা...

Read moreDetails

অভিনৱ কৌশল, শৌচাগাৰলৈ গৈ নকলৰ আশ্ৰয় এইমছৰ শিক্ষাৰ্থীৰ! বাতিল MBBS-ৰ পৰীক্ষা

দিল্লী এইমছৰ দৰে দেশৰ অন্যতম শীৰ্ষ চিকিৎসা প্ৰতিষ্ঠানতো নকলৰ বাবে এটা MBBS পৰীক্ষা বাতিল কৰা হৈছে। অভিযোগ অনুসৰি পৰীক্ষাৰ সময়ত...

Read moreDetails

অসম সন্তানৰ বিশ্বজয়! বিজ্ঞানৰ ‘অস্কাৰ’ বঁটাৰে জিলিকিল জাগীৰোডৰ অধ্যাপক, জেনেভাৰ গৱেষণাগাৰত অসাধ্য সাধন

অসমৰ শৈক্ষিক তথা বিজ্ঞান জগতৰ বাবে এক ঐতিহাসিক সাফল্য কঢ়িয়াই আনিছে জাগীৰোড মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড৹ প্ৰাঞ্জল...

Read moreDetails

গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃমহাবিদ্যালয় ভলীবল, বাস্কেটবল, বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্পৰ্টছ বৰ্ড আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত ক্রীড়াৰ জৰিয়তে শাৰীৰিক সক্ষমতা, মানসিক দৃঢ়তা, ঐক্য আৰু দলীয় মনোভাৱ বিকাশ...

Read moreDetails

শীঘ্ৰেই অন্ত পৰিব লাখ লাখ শিক্ষাৰ্থীৰ অপেক্ষা : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত চলিত বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল অহা ২৮ এপ্ৰিলত ঘোষণা কৰা হ’ব। ৰাজ্যৰ...

Read moreDetails

অসমৰ শিক্ষা খণ্ডত শিক্ষকৰ অনৈতিক আচৰণৰ উদ্বেগজনক বৃদ্ধি: পোহৰলৈ আহিছে ৩৫ টাকৈ যৌন উৎপীড়নৰ ভয়ংকৰ তথ্য

শিক্ষকৰ দ্বাৰা সংঘটিত যৌন নিৰ্যাতন আৰু অনৈতিক আচৰণৰ ক্ৰমবৰ্ধমান ঘটনাৱলী অসমৰ শিক্ষা খণ্ডৰ বাবে চৰম লজ্জাৰ বিষয় হৈ পৰিছে। শেহতীয়া...

Read moreDetails

জে এন ইউত পুনৰ সংঘাত: বাবাচাহেবৰ ছবি আঁতৰোৱাক লৈ ৰণক্ষেত্ৰত পৰিণত বিশ্ববিদ্যালয় চৌহদ

দেশৰ অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কাবেৰী ছাত্ৰাৱাসত ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ ড° বি আৰ আম্বেদকাৰৰ প্ৰতিচ্ছবি...

Read moreDetails

সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী আৰু শিল্পী নুৰুদ্দিন আহমেদক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে নিযুক্তি

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী আৰু পদ্মশ্ৰী তথা সংগীত নাটক অকাডেমী বঁটা...

Read moreDetails

বিভ্ৰান্তিকৰ পোষ্টৰ বাবে প্ৰখ্যাত লেখিকা মধু কিশৱাৰৰ বিৰুদ্ধে গোচৰ ৰুজু

ছচিয়েল মিডিয়াত 'বিভ্ৰান্তিকৰ' আৰু ভুৱা তথ্য প্ৰচাৰ কৰাৰ অভিযোগত প্ৰখ্যাত লেখিকা মধু কিশৱাৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল হোৱাৰ পিছত, মঙলবাৰে...

Read moreDetails
Page 20 of 241 1 19 20 21 241

Stay Connected

Recent News