শিক্ষা

অহা ১১ মাহলৈ ঠিকাভিত্তিক টে’ট শিক্ষকৰ চাকৰিৰ ম্যাদ বৃদ্ধি

অৱশেষত টে'ট উত্তীৰ্ণ ১১ হেজাৰ ঠিকাভিত্তিক শিক্ষক সকললৈ আহিল এটা সুখবৰ। ২০১৭ ৰ ছেপ্তেম্বৰত নিযুক্তি লাভ কৰা এই টে'ট শিক্ষকৰ...

Read moreDetails

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই নিজৰ বিৰুদ্ধে উঠা অভিযোগৰ বিচাৰিলে তদন্ত

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন অভিযোগ সন্দৰ্ভত তদন্ত বিচাৰিছে স্বয়ং উপাচাৰ্য ড০ হেমন্ত কুমাৰ বৰুৱাই। বুধবাৰে ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ...

Read moreDetails

ঘিলামৰাৰ নৰ্থ বেংক কলেজৰ ছাত্ৰ নিবাসৰ গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ মন্ত্ৰী নৱ দলেৰ

ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা ঢকুৱাখানা সমষ্টিৰ স্থানীয় বিধায়ক নৱ কুমাৰ দলেই আজি ঢকুৱাখনা সমষ্টিৰ ঘিলামৰাৰ নৰ্থ বেংক...

Read moreDetails

মঙলবাৰৰ পৰা ছয়দিনীয়া কাৰ্যসূচীৰে নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী

নগাঁৱৰ কলংপৰীয়া শিক্ষানুষ্ঠানখনত এতিয়া উখল-মাখল পৰিৱেশ। মঙলবাৰৰ পৰা ছয়দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব মধ্য অসমৰ অগ্ৰণী উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান নগাঁও...

Read moreDetails

নগাঁৱত ডি এল এড প্ৰশিক্ষণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় শিক্ষা সংস্থা চমুকৈ এন আই অ' এচৰ অধীনত ডি এল এড প্ৰশিক্ষণৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ...

Read moreDetails

১৩ আগষ্টৰ পৰা আৰম্ভ হ’ব মিজোৰামৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান

মিজোৰামৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ‘মিজোৰাম ইন্সটিটিউট অব মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্ছ’ৰ পাঠদান অহা ১৩ আগষ্টৰ পৰা আৰম্ভ হ’ব। এই কথা...

Read moreDetails

‘ভট্টদেৱ বিশ্ববিদ্যালয়’ৰ কাম-কাজ শীঘ্ৰে আৰম্ভ কৰিবলৈ শিক্ষা মন্ত্ৰীক অনুৰোধ বিধায়ক পবিন্দ্ৰ ডেকাৰ

পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাই ভট্টদেৱ বিশ্ববিদ্যালয়খনৰ সকলো কাম-কাজ শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ...

Read moreDetails

অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত খালী হৈ আছে ২০,১০৫টা শিক্ষকৰ পদ

বৰ্তমান অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত মুঠ ২০,১০৫টা শিক্ষকৰ পদ খালী হৈ আছে। ৰাজ্যৰ বহুসংখ্যক বিদ্যালয় এজনীয়া শিক্ষকেৰে চলি থকাৰ সময়তে ৰাজ্য...

Read moreDetails

শিৱসাগৰৰ বেতন বঞ্চিত শিক্ষকে কঁপালে ৰাজপথ : আত্মজাহ দিয়াত বাধা আৰক্ষী প্ৰশাসনৰ

আজি ২৬ জুলাইত সমগ্ৰ অসমৰ লগতে শিৱসাগৰৰ ১৫৩০ গৰাকী বেতন বঞ্চিত শিক্ষকে পৰিয়ালসহ আত্মজাহ দিবলৈ সিদ্ধান্ত লৈছিল। পুৱাৰে পৰা শিৱসাগৰ...

Read moreDetails

ভেঞ্চাৰ স্কুল প্ৰাদেশিকীকৰণ: শিক্ষামন্ত্ৰীৰ ব্যৰ্থতাৰ প্ৰতিবাদত ২৭ জুলাইত ৰাজভৱনত শিক্ষকৰ অৱস্থান

ৰাজ্যখনৰ ভেঞ্চাৰ স্কুলসমূহ প্ৰাদেশিকীকৰণত শিক্ষামন্ত্ৰীৰ ব্যৰ্থতাৰ অভিযোগ তুলিছে সদৌ অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই। শিক্ষামন্ত্ৰীৰ এনে ব্যৰ্থতাৰ প্ৰতিবাদত অহা ২৭ জুলাইত ঐক্যমঞ্চই...

Read moreDetails
Page 222 of 245 1 … 221 222 223 … 245

Stay Connected

Recent News