অসমৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী শাৰদী বৰাই ১২ সংখ্যক মিৰ্চি মিউজিক এৱাৰ্ডছ,২০২০’ৰ বাবে মনোনীত হৈছে। তেওঁক ‘বৰ্ষটোৰ শ্ৰেষ্ঠ উদীয়মান মহিলা কণ্ঠশিল্পী’...
Read moreDetailsআজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি জিলাৰ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৰ্ণাঢ্য কৰ্যসূচীৰে অনুষ্ঠিত হ’ব কলাগুৰু সংগীত মহোৎসৱ। কলাগুৰু আৰ্টিষ্ট...
Read moreDetailsপহিলা মাঘৰ দিনা ঐতিহাসিক ৰংঘৰ বাকৰিত অনুষ্ঠিত ৰংপুৰ মেলাৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি গীত গাই থকাৰ মাজতে শিল্পীৰ ওপৰত জিএছটি...
Read moreDetailsসংগীত জগতৰ বহুকেইজন অগ্ৰণী ব্যক্তি একগোট হৈ নৱ প্ৰজন্মৰ প্ৰতিভাসম্পন্ন সংগীত শিল্পী সকলক উদগনি দিয়াৰ উদ্দেশ্যে আয়োজিত মন গীত ফেষ্টিভেল...
Read moreDetailsশাশা ছেত্ৰী, এয়াৰটেল গাৰ্লৰূপে জনপ্ৰিয় হৈ পৰা যুৱতীগৰাকী এতিয়া প্ৰেমৰ সম্পৰ্কৰ বাবে চৰ্চিত হৈছে। খবৰমতে, এয়াৰটেল গাৰ্ল প্ৰেমত পৰিছে বলিউদৰ...
Read moreDetailsদেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ৫ জানুৱাৰীৰ নিশা সংঘটিত হৈছিল ভয়ংকৰ আক্ৰমণৰ ঘটনা। মুখত মুখা পিন্ধি হাতত লোহাৰ লাঠি,...
Read moreDetailsদিল্লী চৰকাৰৰ কামকাজক প্ৰশংসা কৰা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক শনিবাৰে ধন্যবাদ জ্ঞাপন কৰে দিল্লীৰ মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱালে। জুবিন...
Read moreDetailsপ্ৰসিদ্ধ সাংস্কৃতিক কৰ্মী, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা ৰত্ন ওজাৰ আজি গুৱাহাটীত দেহাৱসান ঘটে। কিছুদিন ধৰি অসুস্থ হৈ থকা ওজাৰ নিশা...
Read moreDetailsসদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত শুকুৰবাৰে চান্দমাৰিত লোকশিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ ১৭ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। অনুষ্ঠানত উপস্থিত...
Read moreDetailsপ্ৰসিদ্ধ অভিনেতা জৰ্জ বেকাৰ আৰু চামেলি মেমচাব খ্যাত অভিনেত্ৰী বিনীতা বৰগোঁহাইয়ে দেওবাৰে কিংবদন্তি শিল্পী সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জীৱন আৰু কৃতি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd