পৰিবেশ

দুৰ্ঘটনাত আহত সোণালী বান্দৰ: মুহূৰ্ততে বঙাইগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰিলে এইবোৰ সিদ্ধান্ত

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিকটৱৰ্তী দেওহাটীৰ ৰাজ্যিক ঘাইপথত আজি পুৱা প্ৰায় ১০-৩০ বজাত এটি সোণালী বান্দৰ দুৰ্ঘটনাত আহতপ্ৰাপ্ত হয়। তাৰ অলপ...

Read moreDetails

বঢ়মপুৰৰ বামুণী পাহাৰত ১৮ টাকৈ বন্যহস্তীৰ ৰহস্যজনক মৃত্যু

এক কৰুণ ঘটনাই জোকাৰি গৈছে নগাঁৱৰ লগতে সমগ্ৰ ৰাজ্যকে। নগাঁও জিলাৰ বঢ়মপুৰৰ বামুণী পাহাৰত আজি উদ্ধাৰ হয় ১৮  টাকৈ বন্যস্তীৰ...

Read moreDetails

“বিশ্বৰ নেতাসকলে এতিয়াও জলবায়ু পৰিবৰ্তনৰ বিষয়টো উলাই কৰি আহিছে” : গ্ৰেটা থানবাৰ্গ

বিশ্বৰ নেতাসকলে এতিয়াও জলবায়ু পৰিবৰ্তনে কঢ়িয়াই অনা ভাবুকিসমূহ উলাই কৰি আহিছে। পৰিৱেশ সুৰক্ষা কৰ্মী গ্ৰেটা থানবাৰ্গে মঙলবাৰে এইদৰে কয়। গ্ৰেটাৰ...

Read moreDetails

পেঙেৰীত হাতী-মানুহৰ সংঘাত! বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজন লোকৰ

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় অতিক্ৰম কৰি থকাৰ সময়তে মাৰ্ঘেৰিটা মহকুমাৰ তৰাণি বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এজাক বন্যহস্তীৰ...

Read moreDetails

কলিয়াবৰত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ প্ৰায় ১২ ফুট দৈৰ্ঘ্যৰ কিং কোব্ৰা

দুষ্প্ৰাপ্য প্ৰজাতিৰ ৰজা ফেঁটি এটা সাপক কেন্দ্ৰ কৰি শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয় কলিয়াবৰ চাহবাগিচা অঞ্চলত । দুষ্প্ৰাপ্য প্ৰজাতিৰ ৰজাফেঁটি সাপ...

Read moreDetails

ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আক্ৰমণত আহত এজন লোক; দলগাঁৱত আতংক

শনিবাৰে দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা দুটা এশিঙীয়া গঁড়ে ওচৰৰে দলগাঁৱৰ চৰাঞ্চলৰ গাঁওত প্ৰৱেশ কৰি স্থানীয় বাসিন্দাৰ...

Read moreDetails

ভয়ংকৰ প্ৰদূষণ : কলিয়াবৰৰ হাতীগাঁওস্থিত অদিতি চিমেণ্ট নিৰ্মাণ কাৰখানাত ৰাইজৰ প্ৰতিবাদ

বছৰ বছৰ ধৰি কলিয়াবৰৰ হাতীগাঁওস্থিত অদিতি চিমেণ্ট নিৰ্মাণ কাৰখানাৰ বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণে জীয়াতু ভোগাই আহিছে স্থানীয় ৰাইজক। বিষাক্ত...

Read moreDetails

পবিতৰা অভয়াৰণ্যত “ফ্ৰেন্ডচ অফ ৰাইন” শীৰ্ষক অভিযানত উৎফুল্লিত ছাত্ৰ-ছাত্ৰী

অসমৰ মৰিগাঁও জিলাত অৱস্থিত এশিঙীয়া গঁড়ৰ বাবে অতি উপযুক্ত বাসস্থান পবিতৰা অভয়াৰণ্যৰ নিকটৱৰ্তী অঞ্চলত বসবাস কৰা  ছাত্ৰ-ছাত্ৰীৰ এটা দলে প্ৰথমবাৰৰ...

Read moreDetails

ব্যৰ্থ মোদীৰ স্বচ্ছ ভাৰত অভিযান! বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৩০খন চহৰৰ ভিতৰত ২২খনেই ভাৰতৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰতৰ প্ৰচাৰ যে অন্ত:সাৰশূন্য হৈ পৰিছে তাৰ প্ৰমান দাঙি ধৰিছে শেহতীয়া এক তথ্যই। বিশ্বৰ আটাইতকৈ...

Read moreDetails

বাসযোগ্যতা হেৰুৱাইছে পৃথিৱীয়ে! ভৱিষ্যতৰ কথা চিন্তা কৰি বিজ্ঞানীসকলে চন্দ্ৰত গঢ়িব স্পাৰ্মবেংক

প্ৰদূষণৰ ফলত পৃথিৱীৰ বাসযোগ্যতা হেৰুৱাইছে।সেয়ে, আপোন এই পৃথিৱী ধ্বংস হোৱাৰ পূৰ্বেই বিকল্প স্থানৰ সন্ধান কৰিছে বিজ্ঞানীসকলে। পৃথিৱীৰ পৰা মানুহৰ অস্তিত্ব...

Read moreDetails
Page 73 of 125 1 … 72 73 74 … 125

Stay Connected

Recent News