সোমবাৰে পুৱা গুৱাহাটীৰ প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান চাউথ পইণ্ট স্কুলৰ এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হয়। গুৱাহাটীৰ চাউথ পইণ্ট স্কুলৰ হোষ্টেলৰ চতুৰ্থ মহলাৰ...
Read moreDetailsঅসমত বাস কৰা ছাত্ৰ-ছাত্ৰীকে ধৰি মণিপুৰী ৰাইজে শুকুৰবাৰে গুৱাহাটীত এক বিক্ষোভ প্ৰদৰ্শন কৰি নিজৰ ৰাজ্যত হিংসাত্মক ঘটনাত জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা...
Read moreDetailsগুৱাহাটীৰ মণিপুৰী বস্তিত থকা নিজা বাসগৃহৰ পৰা এজন চিকিৎসকক তেওঁ আৰু তেওঁৰ পত্নীয়ে নাবালিকা কন্যাক নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে আটক...
Read moreDetailsঅসম প্ৰদেশ কংগ্ৰেছে এ আই ইউ ডি এফৰ মুৰব্বী তথা লোকসভাৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।...
Read moreDetailsশেহতীয়া ৰাজনৈতিক পৰিস্থিতিত অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক কংগ্ৰেছৰ পৰা ৬বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছে। বাতৰি অনুসৰি, অংকিতা দত্তক...
Read moreDetailsমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই আম আদমি পাৰ্টীৰ উত্থানত ভীষণ ভয় খাইছে। শৰ্মাৰ শেহতীয়া কেতবোৰ মন্তব্যই এই কথা প্ৰতিপন্ন কৰে। দুদিনৰ...
Read moreDetailsঅসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। ড০ ৰূপম জ্যোতি শৰ্মা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা হিচাপে নিযুক্তি পোৱা প্ৰথমজন অসমীয়া হিচাপে পৰিগণিত হৈছে।...
Read moreDetailsনিলম্বিত আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই (ভিজিলেন্স চেল) এক বৃহৎ পুঁজি আত্মসাতৰ গোচৰৰ সন্দৰ্ভত...
Read moreDetailsছেবা-ৰ প্ৰশ্ন কাকত ফাদিলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অনাস্থা তথা দীৰ্ঘদিন ধৰি ক্ৰমাগতভাৱে জাতীয় অনুষ্ঠান ছেবাক ধ্বংস কৰাৰ চক্ৰান্তৰ বিৰুদ্ধে...
Read moreDetailsমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছে লাহৰীঘাটৰ বিধায়ক আছিফ মহম্মদ নাজাৰক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd