• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে নাবালিকা কন্যাক ‘নিৰ্যাতনৰ’ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2023 7:49 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ মণিপুৰী বস্তিত থকা নিজা বাসগৃহৰ পৰা এজন চিকিৎসকক তেওঁ আৰু তেওঁৰ পত্নীয়ে নাবালিকা কন্যাক নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে। এই চিকিৎসক দম্পতী হৈছে ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্ত।

দুয়োজনেই প্ৰসিদ্ধ চিকিৎসক আৰু গুৱাহাটীত নিজৰ ক্ষেত্ৰখনত যথেষ্ট পৰিচিত।

শিশু অধিকাৰ কৰ্মী তথা শিশু অধিকাৰ সংগঠন উৎসাহৰ (UTSAH) মুৰব্বী মিগেল দাস কুৱেহে কয় যে বিষয়টো চোৱাচিতা কৰি থকা হৈছে আৰু নাবালিকাগৰাকীৰ ‘নিৰ্যাতন’ সন্দৰ্ভত চুবুৰীয়াসকলৰ এজনে আৰক্ষীৰ কাষ চপাটো এক অতি উত্তম পদক্ষেপ।

Apply Now

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে গৰ্ভস্থিত শিশুৰ মগজুৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন! চিকিৎসকৰ কীৰ্তিত স্তম্ভিত বিশ্ব

কুৱেহে লগতে কয় যে ইয়াৰ পূৰ্বে তেওঁ একাধিক অভিযোগ লাভ কৰিছিল যদিও বিষয়টোৰ সৈতে তেওঁক পোনপটীয়াকৈ সমৰ্থন কৰিব পৰা কোনো ‘সাক্ষ্য’ নাছিল।

কিন্তু শুকুৰবাৰে অৱশেষত চুবুৰীয়াই আৰক্ষীৰ কাষ চপাৰ পিছতে দম্পতীহালক আৰক্ষীৰ দৃষ্টিগোচৰ কৰোৱা হয় ।

গুৱাহাটীৰ মণিপুৰ বস্তিত বাস কৰা দম্পতীহালে নাবালিকাগৰাকীক প্ৰহাৰ কৰাৰ লগতে প্ৰায়ে শাস্তি হিচাপে তেওঁলোকে বাস কৰা এপাৰ্টমেণ্ট কমপ্লেক্সৰ ছাদত বান্ধি ৰাখিছিল বুলি অভিযোগ উত্থাপন হৈছে ।

অভিযোগ কৰা হৈছে যে আনকি শিশুটিৰ ওপৰত কেনে প্ৰভাৱ পৰিব পাৰে সেই বিষয়ে বিবেচনা নকৰি তেওঁলোকে নাবালিকাগৰাকীক নিৰ্মম নিৰ্যাতন চলাইছিল।

লগতে পঢ়ক: অগ্নিগৰ্ভ দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ; হঠাতে কিয় জ্বলি উঠিল শান্ত হৈ থকা ৰাজ্যখন?

জানিব পৰা মতে, পূৰ্বে দম্পতীহালে শিশুটিক দত্তক লোৱা বুলি দাবী কৰিছিল যদিও পিছত দাবী কৰিছিল যে শিশুটি তেওঁলোকৰ আৰু তেওঁলোকে আইভিএফ প্ৰক্ৰিয়াৰে সন্তানটো লাভ কৰিছিল।

মিগেলে আৰু কয় যে তীব্ৰ গৰমত চিকিৎসক দম্পতীহালে নিয়মিতভাৱে নিজৰ সৰু ছোৱালীজনীক নিজৰ ছাদত বান্ধি ৰখাৰ বিষয়ে একাধিক অভিযোগ পাইছিল।

তেওঁ লগতে কয়, “এই কণমানি ৫ বছৰীয়া ছোৱালী শিশুটিৰ গোটেই শৰীৰত ঘাঁৰ চিন আছে।” এই সন্দৰ্ভত তেওঁ শিশু কল্যাণ সমিতিকো আপডেট দিছিল।

লগতে পঢ়ক: চাণক্য নীতি: যি গুণৰ বাবে পুৰুষৰ প্ৰেমত পৰে মহিলা

ইয়াৰ উপৰিও ডাঃ ইছলামৰ পূৰ্বৰ বিবাহৰ পৰাই সন্তানটো দত্তক লোৱা হ’ব পাৰে বুলিও সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত তদন্ত অব্যাহত আছে।

অৱশ্যে, পিছত সংগীতা দত্তই এটা ভিডিঅ’যোগে এই অভিযোগ অস্বীকাৰ কৰি ইয়াক এক ষড়যন্ত্ৰ বুলি দাবী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd