স্বাস্থ্য

ৰাজ্যত নতুনকৈ ৯৩৬গৰাকী কোভিড-১৯ পজিটিভ; অকল গুৱাহাটীতে আক্ৰান্ত ৫২১গৰাকী

ৰাজ্যখনত শুকুৰবাৰে নতুনকৈ আৰু ৯৩৬গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। ইয়াৰ ভিতৰত অকল গুৱাহাটীতে ৫২১গৰাকী লোক আক্ৰান্ত হৈছে। ৰাজ্যখনত...

Read moreDetails

আজিৰ দিনটোত একেলগে ৪ গৰাকী কোভিড আক্ৰান্ত ৰোগীৰ মৃত্যু

আজিৰ দিনটোত  ৪ গৰাকী লোক কোভিড-১৯ পজিটিভিত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে। GMCH ৰ ICU ত মৃত্যু হৈছে ক্ৰমে ৰাখাল...

Read moreDetails

ৰাজ্যত নতুনকৈ ৫৬৮গৰাকী কোভিড-১৯পজিটিভ; গুৱাহাটীত আক্ৰান্ত ৩৫৫গৰাকী

ৰাজ্যখনত বৃহস্পতিবাৰে নতুনকৈ ৫৬৮গৰাকী লোকৰ দেহত কোভিড-১৯পজিটিভ পোৱা গৈছে। ইয়াৰ ভিতৰত অকল গুৱাহাটীতে ৩৫৫গৰাকী লোক আক্ৰান্ত হৈছে। ৰাজ্যখনত মুঠ কোভিড-১৯...

Read moreDetails

খিৰিকি খুলি ৰাখিলেই গুচি যায় কৰ’না ভাইৰাছ; মমতা বেনাৰ্জীৰ পৰামৰ্শক কটাক্ষ বিৰোধীৰ

খিৰিকি খুলি ৰাখিলে ভাইৰাছ গুচি যায়। পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে বহুকেইবাৰ এই কথা প্ৰকাশ কৰিছে। মুখ্য মন্ত্ৰীগৰাকীয়ে বুধবাৰেও এখন...

Read moreDetails

আক্ৰান্ত সাত লক্ষাধিক,তথাপি ক’ৰ’ণাৰ সামাজিক সংক্ৰমণৰ কথা অস্বীকাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ

  ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা দেশত দিনক দিনে ভয়াৱহ হাৰত বৃদ্ধি পাই যোৱাৰ পিছতো কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে ক’ৰ’ণা ভাইৰাছৰ...

Read moreDetails

কোভিডৰ আয়ুৰ্বেদিক দৰৱ, ভাৰতৰে পৰীক্ষণ চলাব আমেৰিকাই

  বিশ্বত মহামাৰীৰ ৰুপ লোৱা ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা কোনো দৰৱ এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই । ক’ৰ’ণাৰ আয়ুৰ্বেদিক দৰৱ...

Read moreDetails

উদ্বিগ্ন অখিল পত্নী: কাৰাৰুদ্ধ অখিলৰ অসুস্থতাক লৈ চৰকাৰলৈ চাৰিটা বাস্তৱ প্ৰশ্ন

কাৰাগাৰৰ ভিতৰত প্ৰচণ্ড জ্বৰ, মূৰৰ বিষত ভুগি থকা অখিল গগৈৰ দেহত কৰ'নাৰ উপসৰ্গ দেখা পোৱাৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতি,...

Read moreDetails

মেঘালয়ত আৰু ৯গৰাকী বিএছএফ জোৱান কোভিড-১৯পজিটিভ

মেঘালয়ৰ পূব খাচী পাহাৰ জিলাত আৰু ৯গৰাকী সীমান্ত সুৰক্ষা বাহিনী( বিএছএফ) জোৱানৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। মেঘালয়ৰ মুখ্য মন্ত্ৰী...

Read moreDetails

চীন,মংগোলিয়াৰ পাছত এইবাৰ ৰাছিয়াত মাৰাত্মক বুবোনিক প্লেগৰ আতংক!

চীন আৰু মংগোলিয়াৰ পাছত এইবাৰ মাৰাত্মক বুবোনিক প্লেগৰ আতংক বিয়পি পৰিছে ৰাছিয়াত। মংগোলিয়াৰ সৈতে সংলগ্ন দুৰ্গম পুৰ্বাঞ্চলত বুধবাৰে ইয়াৰ স্থানীয়...

Read moreDetails

মুম্বাই-দিল্লীৰ দিশে ধাৱমান গুৱাহাটী! সোমবাৰে একেলগে ৫৯৮ গৰাকী কৰ’নাত আক্ৰান্ত; ৰাজ্যত আক্ৰান্ত ৭৮৬ গৰাকী

ৰাজ্যখনত নতুনকৈ আৰু ৭৮৬ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। ইয়াৰে ৫৯৮ গৰাকীয়েই মহানগৰী গুৱাহাটীৰ। ৰাজ্যখনত বৰ্তমান কোভিড-১৯ত আক্ৰান্ত...

Read moreDetails
Page 213 of 278 1 212 213 214 278

Stay Connected

Recent News