স্বাস্থ্য

গোমূত্ৰত আছে উৎকৃষ্ট ঔষধি গুণ; বিতৰ্কৰ সৃষ্টি কৰি দাবী আই আই টি মাদ্ৰাজৰ সঞ্চালকৰ

শেহতীয়াকৈ আই আই টি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটিৰ এটা ভিডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। তাত তেওঁ গোমূত্ৰৰ ঔষধি গুণৰ...

Read moreDetails

স্মৃতিশক্তি বৃদ্ধিৰ বাবে ব্ৰেকফাষ্টত কি খাব লাগে? জানি লওক মস্তিষ্ক প্ৰখৰ কৰা অতুলনীয় খাদ্যৰ নাম

স্মৃতিশক্তি বৃদ্ধি কৰাৰ আৰু মগজুৰ স্বাস্থ্যক উন্নত কৰাৰ এটা সহজ আৰু সুস্বাদু উপায় বিচাৰিছে নেকি? আপোনাৰ ব্ৰেকফাষ্টত কণী যোগ কৰাটোৱেই...

Read moreDetails

নৱবিবাহিত দম্পতীয়ে কিদৰে সুখী তথা স্বাচ্ছন্দ্যময় কৰি ৰাখিব যৌন জীৱন? জানক এইকেইটা কিটিপ…

নৱবিবাহিত দম্পতীৰ সম্পৰ্কত সঘন যৌন কাৰ্যকলাপ প্ৰায়ে কৌতুহল আৰু চিন্তাৰ বিষয়। সাৰ্বজনীনভাৱে ইয়াৰ শুদ্ধ উত্তৰ নাই যদিও বিবাহৰ গতিশীলতাই গঢ়...

Read moreDetails

সঘনাই গেষ্ট্ৰিকৰ সমস্যাত ভোগে নেকি আপুনি? মানি চলক এই ৫টা উপায়…

গেষ্ট্ৰিকৰ পৰা হোৱা অস্বস্তি, যেনে বদহজম, পেট ফুলা বা টেঙা উগাৰ যথেষ্ট অস্বস্তিকৰ হ’ব পাৰে, কিন্তু কিছুমান সাধাৰণ জীৱনশৈলীৰ পৰিৱৰ্তন...

Read moreDetails

প্ৰায়ে মূৰৰ বিষত ভুগিছে ​​নেকি? কোনো গুৰুতৰ ৰোগৰ লক্ষণ নহয়তো! অৱহেলা কৰিলেই বিপদ

প্ৰায় সকলোৰে মূৰৰ বিষ হয়। সামান্য মানসিক চাপ পৰিলেই বহুতে মূৰৰ বিষ, ডিঙিৰ দুয়োফালে বিষ, আৰু গোটেই মূৰ আৰু ডিঙিৰ...

Read moreDetails

সদায় খোজ কাঢ়িলে কঁকালৰ বিষ উপশম হয়! জানক কঁকালৰ তীব্ৰ বিষ কমোৱাৰ ফলপ্ৰসূ উপায়

আমি সকলোৱে জানো যে খোজ কঢ়াটো শৰীৰৰ বাবে উপকাৰী। কিন্তু সদায় খোজ কাঢ়িলে কঁকালৰ বিষৰ পৰা উপশম পোৱা যায় বুলি...

Read moreDetails

ৰেবিছ আৰু ল’বলগীয়া সতৰ্কতা

ৰেবিছ হ’ল এটি অতি বিপদজনক ভাইৰাছ সৃষ্ট ৰোগ। এই ভাইৰাছবিধে মস্তিস্ক আৰু সুষুম্নাকাণ্ডৰ কলাসমূহক আক্ৰমণ কৰে। এই ভাইৰাছ মানুহৰ দেহলৈ...

Read moreDetails

ৰাতিপুৱা সোনকালে শুই উঠাৰ স্বাস্থ্যজনিত উপকাৰিতা

সোনকালে শুই উঠাটো বহু সফল মানুহৰ  এটা অভ্যাস, কিয়নো ইয়াৰ দ্বাৰা জীৱনৰ দেহ-মানসিক দিশ উন্নত কৰিব পৰা এক সুবিধা পোৱা...

Read moreDetails

কিডনি ৰোগৰ সম্ভাৱনা কমাবলৈ ভিটামিন ডি সমৃদ্ধ খাদ্য খোৱাটো অতি উপকাৰী! কোনবোৰ খাদ্য খাব?

হাড়ৰ স্বাস্থ্য, খনিজ ভাৰসাম্য, হৰম’ন নিয়ন্ত্ৰণৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়। দীৰ্ঘদিনীয়া বৃক্কৰ (কিডনি) ৰোগে কেৱল বৃক্ককে প্ৰভাৱিত নকৰে -...

Read moreDetails

মৰ্মান্তিক! স্কুলত উপস্থিত হৈয়েই হঠাৎ অসুস্থ; ‘হাৰ্ট এটেক’ত মৃত্যু এগৰাকী ৮ বছৰীয়া ছাত্ৰীৰ!(ভিডিঅ‘)

বিদ্যালয়ৰ ভিতৰতে এগৰাকী আঠ বছৰীয়া ছাত্ৰীৰ মৰ্মান্তিক মৃত্যু। গুজৰাটৰ আহমেদাবাদৰ এখন ব্যক্তিগত বিদ্যালয়ৰ ঘটনা। শুকুৰবাৰে বিদ্যালয়ত উপস্থিত হোৱাৰ পিছতে হঠাৎ...

Read moreDetails
Page 51 of 303 1 50 51 52 303

Stay Connected

Recent News