স্বাস্থ্য

“চিক্স পেক মানেই সুস্বাস্থ্য নহয়’’ : বিশ্ব স্বাস্থ্য দিৱসৰ দিনা কি পৰামৰ্শ দিলে অভিনেতা চনু চুডে?

আজি বিশ্ব স্বাস্থ্য দিৱস। সুস্বাস্থ্য সম্পৰ্কে সজাগতা বিয়পোৱাৰ উদ্দেশ্যে প্ৰত্যেক বছৰে ৭ এপ্ৰিলত এই দিৱস পালন কৰা হয়। এই বিশেষ...

Read moreDetails

প্ৰেমিকাক সাৱটি গভীৰ চুম্বন কৰিলে গলিব পাৰে কেলৰি! ‘চুম্বন’ সম্পৰ্কে ১০টা আমোদজনক তথ্য

কোৱা বাহুল্য যে সম্পৰ্কটোক সুন্দৰ আৰু মজবুত কৰি তোলাত চুম্বনৰ ভূমিকা অপৰিসীম। চুমা এটা প্ৰেমৰ প্ৰকাশ। কিন্তু জানেনে, চুমা খোৱাটো...

Read moreDetails

মধ্যবিত্তৰ মূৰত ৰামটাঙোন! ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব পেৰাচিটামলকে ধৰি ৮০০ বিধ ঔষধৰ দাম

প্ৰদূষণকে ধৰি বিভিন্ন কাৰকৰ ফলত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ দিনক দিনে বৃদ্ধি পাইছে। সেয়ে, সাধাৰণ মানুহবোৰ অধিক ঔষধৰ ওপৰত নিৰ্ভৰশীল হৈ...

Read moreDetails

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জন্ম হ’ল আই.ভি.এফ প্ৰযুক্তিৰ প্ৰথমটো শিশু

ৰাজ্যৰ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনে লাভ কৰিছে এক আশাব্যঞ্জক খবৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আজি জন্ম হয় আই.ভি.এফ (IVF) প্ৰযুক্তিৰ জৰিয়তে গৰ্ভধাৰণ...

Read moreDetails

দেখা দিছে নেকি এইবোৰ লক্ষণে? তেন্তে প্ৰটিনৰ অভাৱ হৈছে আপোনাৰ দেহত

শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ভিটামিন, খনিজ পদাৰ্থৰ উপৰিও প্ৰটিনৰ প্ৰয়োজন। পেশী গঠন, নখ, চুলি, ছাল সুস্থ কৰি ৰখা, হৰম’নৰ ভাৰসাম্য...

Read moreDetails

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে গাজৰে, জানেনে? লগতে আছে অনেক উপকাৰিতা

নিজকে সুস্থ, সবল তথা নিৰোগী শৰীৰৰ অধিকাৰী কৰি ৰখাত গুৰুত্ব দিয়া স্বাস্থ্য সচেতক লোকসকলৰ খাদ্য তালিকাত সততে স্থান পোৱা এবিধ...

Read moreDetails

পেটৰ ভিতৰত জীয়া মাছ! কোনোমতে প্ৰাণ লৈ চিকিৎসালয়ত উপস্থিত এজন ব্যক্তি, তাৰপিছত…

অদ্ভুত ঘটনাটো সংঘটিত হৈছে ভিয়েটনামত। পেটৰ বিষত অস্থিৰ এজন ব্যক্তি। স্থানীয় চিকিৎসকে বিষৰ কোনো কাৰণ বিচাৰি নাপালে। অৱশেষত অসুস্থ অৱস্থাত...

Read moreDetails

মচলাৰো যে উপকাৰিতা আছে জানেনে? জানিবলৈ পঢ়ক…,

মছলাই খাদ্যৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধি কৰাৰ লগতে স্বাস্থ্যৰো উপকাৰ সাধন কৰে। কিন্তু বহুতেই মচলা দিয়া খাদ্য স্বাস্থ্যৰ বাবে বেয়া...

Read moreDetails

জানেনে মেথিৰ গুণাগুণৰ বিষয়ে? জানিবলৈ পঢ়ক এই লেখা….

পাকঘৰৰ এবিধ মছলাৰ লগতে এক উল্লেখনীয় বনৌষধি হিচাপে আমাৰ সমাজত মেথিৰ ব্যৱহৃত হৈ আহিছে। তথাপি মেথিৰ ঔষধি গুণ সম্পৰ্কে বহু...

Read moreDetails

আগুৱালে ২০২৪-ৰ NEET PG পৰীক্ষা! কেতিয়া প্ৰৱেশ পৰীক্ষা? কেতিয়া প্ৰকাশ পাব ফলাফল?

চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেঞ্চ টেষ্ট (NEET PG 2024) পৰীক্ষাৰ তাৰিখ পুনৰ নিৰ্ধাৰণ কৰা হৈছে।...

Read moreDetails
Page 79 of 305 1 … 78 79 80 … 305

Stay Connected

Recent News