আন্ত: ৰাষ্ট্ৰীয়

ছয় মাহত আমেৰিকাৰ পৰা তেলৰ আমদানি ৫১ শতাংশ বৃদ্ধি! ট্ৰাম্পৰ ঠেহ ভাঙিবলৈ ভাৰতৰ নতুন কৌশল?

ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি পদলৈ ঘূৰি অহাৰ পাছত ভাৰতে আমেৰিকাৰ তেল আমদানি ৫১ শতাংশ বৃদ্ধি কৰিছে। সূত্ৰৰ জৰিয়তে লাভ কৰা...

Read moreDetails

আয়াৰলেণ্ডত বৃদ্ধি পাইছে ভাৰতীয় বিদ্বেষ; সতৰ্কতা জাৰি দূতাবাসৰ, কি ঘটিছে তাত?

আয়াৰলেণ্ডত ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে বৰ্ণবাদী আক্ৰমণৰ ক্ৰমবৰ্ধমান ঘটনাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় দূতাবাসে এক গুৰুত্বপূৰ্ণ নিৰাপত্তা পৰামৰ্শ জাৰি কৰিছে। দূতাবাসে ভাৰতীয় নাগৰিকসকলক...

Read moreDetails

পৰ্ণ জগতৰ অভিনেতা হৈ পৰিল এখন দেশৰ মন্ত্ৰী, কিন্তু ক’ত?

শুকুৰবাৰে এএফপিক জনোৱা মতে, এজন প্ৰাক্তন পৰ্ণ অভিনেতা তথা সমকামী অধিকাৰ কৰ্মীক কলম্বিয়াৰ নতুন সমতা হিচাপে নিযুক্তি মন্ত্ৰী হ’ব। কেথলিক...

Read moreDetails

যশস্বী-সুন্দৰ বাহিনীৰ বিক্ৰমেৰে অ’ভেলত ইংলেণ্ডৰ সন্মুখত বিশাল লক্ষ্য; ক্ৰ’লীক আউট কৰিলে ছিৰাজে

যশস্বী জয়ছোৱাল, আকাশ দীপ, সুন্দৰৰ আগত নতশিৰ হ’ল ইংলেণ্ড। ক’বলৈ গ’লে যশস্বী জয়ছোৱালৰ বেটিং আছিল শক্তিশালী। ভাৰতীয় অ’পেনাৰগৰাকীয়ে  শতকৰে ইংলেণ্ডৰ...

Read moreDetails

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! প্ৰাণ হেৰুৱালে ৫টাকৈ শিশুৱে

পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। এই ঘটনাত এতিয়ালৈকে কমেও ৫ টা শিশুৰ মৃত্যু হৈছে বুলি জানিব পৰা...

Read moreDetails

ব্ৰিটেইনৰ সংসদীয় প্ৰতিবেদন প্ৰত্যাখ্যান কৰিলে ভাৰতে! আন্তঃৰাষ্ট্ৰীয় দমনৰ অভিযোগ অস্বীকাৰ

শেহতীয়াকৈ ব্ৰিটেইনৰ সংসদীয় প্ৰতিবেদনত ভাৰতে যুক্তৰাজ্যত “আন্তঃৰাষ্ট্ৰীয় দমন”ত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে। ব্ৰিটেইনৰ সংসদৰ মানৱ অধিকাৰ যুটীয়া সমিতিয়ে প্ৰকাশ...

Read moreDetails

জন্ম পালে বিশ্বৰ আটাইতকৈ বয়সীয়াল সন্তান! ৩০ বছৰীয়া নৱজাতকে কোলা শুৱনি কৰিলে দম্পতীৰ

জন্ম হৈয়েই ইতিহাস ৰচনা কৰিলে এটা নৱজাতকে।  চিকিৎসা বিজ্ঞানত নজীৰ সৃষ্টি কৰিলে এটা ৩০ বছৰীয়া শিশুৱে। আমেৰিকাৰ অহাইঅ’ত জন্মগ্ৰহণ কৰা...

Read moreDetails

ইলন মাস্কৰ টেছলাক ২৪৩ মিলিয়ন ডলাৰ জৰিমনা

আমেৰিকাৰ কোটিপতি ইলন মাস্কৰ ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা টেছলাক প্ৰায় ২৪৩ মিলিয়ন ডলাৰ ক্ষতিপূৰণ দিবলৈ আদালতে নিৰ্দেশ দিছে। আমেৰিকাৰ ফ্ল’ৰিডাৰ এক...

Read moreDetails

ৰাছিয়াক ঘেৰি দুখন পাৰমাণৱিক চাবমেৰিন মোতায়েনৰ নিৰ্দেশ ট্ৰাম্পৰ; বৃদ্ধি পাইছে উত্তেজনা

আমেৰিকা-ৰাছিয়াৰ সম্পৰ্ক পুনৰ উত্তপ্ত হৈ পৰিছে। ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি দিমিত্ৰী মেডভেডেভৰ মন্তব্যত ক্ষুব্ধ হৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াক ঘেৰি...

Read moreDetails

২৫ শতাংশ শুল্কৰ প্ৰভাৱ! ৬.২ শতাংশৰ তললৈ নামিব ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ; দাবী প্ৰতিবেদনৰ

আমেৰিকাই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে। শুল্ক গাঁথনি কাৰ্যকৰী হ’লে কৃষি খণ্ডত কৰ্পোৰেটাইজেছন হোৱাটো নিশ্চিত। ইতিমধ্যে নিখিল ভাৰত...

Read moreDetails
Page 16 of 363 1 15 16 17 363

Stay Connected

Recent News