আন্ত: ৰাষ্ট্ৰীয়

বন্দী ইউক্ৰেইনৰ সৈন্যৰ অংগ-প্ৰত্যংগ ‘চুৰি’ কৰিছে ৰাছিয়াই; অভিযোগ ইউক্ৰেইনৰ

ইউক্ৰেইনৰ যুদ্ধ সন্দৰ্ভত ইউক্ৰেইনৰ সৈন্যৰ পৰিয়ালে ৰাছিয়াৰ বিৰুদ্ধে নতুন অভিযোগ উত্থাপন কৰে। শেহতীয়াকৈ ইউক্ৰেইনৰ এজন যুদ্ধবন্দীৰ পত্নীয়ে কয় যে ৰাছিয়াৰ...

Read moreDetails

Olympics 2024: আজিৰে পৰা আৰম্ভ অলিম্পিক, উদ্বোধনত চমকৰ পিছত চমক! ক’ত, কেতিয়া, কেনেকৈ চাব অনুষ্ঠান

আজি (শুকুৰবাৰে) ২০২৪ চনৰ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান। পৰম্পৰা ভংগ কৰি প্ৰথমবাৰৰ বাবে কোনো ষ্টেডিয়ামৰ ভিতৰত নহয়। পেৰিছৰ চেইন নদীৰ পাৰত...

Read moreDetails

চলিত গ্ৰীষ্মত দেশত হিটষ্ট্ৰ’কত আক্ৰান্ত হৈছে ৪০ হাজাৰ লোক, মৃত্যু কিমানৰ? উদ্বিগ্ন ৰাষ্ট্ৰসংঘ!

২০২৪ চনৰ উত্তাপে সমগ্ৰ বিশ্বকে চিন্তিত কৰি তুলিছে। ভাৰতত গ্ৰীষ্মকাল শেষ হোৱাৰ পূৰ্বে কমেও ৪০ হাজাৰ হিট ষ্ট্ৰ’কৰ ঘটনা সংঘটিত...

Read moreDetails

তুৰস্কত মটৰবাইক দুৰ্ঘটনাত নিহত ‘ৰাছিয়াৰ আটাইতকৈ ধুনীয়া বাইকাৰ’

তুৰস্কত সংঘটিত হোৱা ভয়ংকৰ মটৰবাইক দুৰ্ঘটনাত নিহত হ’ল ৰাছিয়াৰ ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী টাটিয়ানা অজোলিনা। তেওঁৰ বয়স আছিল ৩৮ বছৰ।“ৰাছিয়াৰ আটাইতকৈ...

Read moreDetails

দেশৰ নাগৰিকক জম্মু-কাশ্মীৰ, মণিপুৰ ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিলে আমেৰিকাই

আমেৰিকাই ইতিমধ্যে নিজৰ নাগৰিকসকলক নিৰাপত্তাজনিত কাৰণত ভাৰতৰ কেইবাটাও স্থানলৈ যাত্ৰা নকৰিবলৈ সকীয়াই দি আহিছে। এতিয়া সেই তালিকাত ভাৰতৰ আন কেইবাটাও...

Read moreDetails

বিশ্বৰ আটাইতকৈ ধনী ১% লোকৰ যোৱা দশকত ৪২ ট্ৰিলিয়ন ডলাৰৰ সম্পত্তি বৃদ্ধি; অক্সফামৰ প্ৰতিবেদনত উজাগৰ তথ্য

ব্ৰাজিলত অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনৰ পূৰ্বে অক্সফামে বৃহস্পতিবাৰে কয় যে বিগত দশকত বিশ্বৰ আটাইতকৈ ধনী এক শতাংশই মুঠ ৪২...

Read moreDetails

ক্ষুব্ধ মেছি; দুঘণ্টা পিছত বাতিল কৰা হ’ল গ’ল! অলিম্পিকত মৰক্কোৰ হাতত পৰাস্ত আৰ্জেণ্টিনা

পেৰিছ অলিম্পিকৰ মূল পৰ্ব আৰম্ভ হ’বলৈ আৰু এদিন বাকী আছে। তাৰ পূৰ্বে বুধবাৰৰ পৰা ফুটবল খেলেৰে অলিম্পিক খেল আৰম্ভ হৈছিল।...

Read moreDetails

কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা! ১৮ জনৰ মৃত্যু,কথমপি প্ৰাণ বাচিল পাইলটৰ

নেপালৰ কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (টিআইএ) উৰণৰ সময়ত সৌৰ্য এয়াৰলাইন্সৰ ৯এন-এমই (চিআৰজে ২০০) বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ১৮ জন লোকৰ...

Read moreDetails

ফুড ব্লগিঙৰ মৰ্মান্তিক পৰিণতি : ১০ ঘন্টা অবিৰতভাবে খাদ্য খাই মৃত্যু হ’ল ফুড ব্লগাৰ যুৱতী

শিক্ষা আৰু প্ৰতিভা অনুসৰি সকলোৱে নিজৰ জীৱিকা বাছি লয়। আজিকালি বহু যুৱক-যুৱতীয়া ব্লগিঙক জীৱিকা হিচাপে বাচি লৈছে। সামাজিক মাধ্যমত ব্লগিঙৰ...

Read moreDetails

অলিম্পিক আৰম্ভ হোৱাৰ তিনিদিন পূৰ্বে কোভিডত আক্ৰান্ত প্ৰতিযোগী; আইছ’লেশ্যনত দুগৰাকী খেলুৱৈ

কোভিড ৰ বাবে জাপানে ২০২০ চনত অলিম্পিক আয়োজন কৰিব নোৱাৰিলে। ইয়াৰ এবছৰৰ পাছত ২০২১ চনত টকিঅ’ অলিম্পিক অনুষ্ঠিত হয়। এইবাৰো...

Read moreDetails
Page 259 of 497 1 … 258 259 260 … 497

Stay Connected

Recent News