ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ভাৰতে গ্ৰহণ কৰিছে দুমুখীয়া স্থিতি: অভিযোগ বিডেনৰ
ইউক্ৰেইন যুদ্ধ সম্পৰ্কত দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে ভাৰতে। এফালে যদি ভাৰতে যুদ্ধ বন্ধ কৰিবলৈ পুটিনক আহ্বান জনাইছে, আনফালে সুসম্পৰ্কও বৰ্তাই...
Read moreইউক্ৰেইন যুদ্ধ সম্পৰ্কত দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে ভাৰতে। এফালে যদি ভাৰতে যুদ্ধ বন্ধ কৰিবলৈ পুটিনক আহ্বান জনাইছে, আনফালে সুসম্পৰ্কও বৰ্তাই...
Read moreফুটবল মানেই উন্মাদনা, ফুটবল মানেই ৰোমাঞ্চ। তাতে যদি সেই ফুটবল মেচখন এল ক্লাছিক’ হয়! হয়, এল ক্লাছিক’ৰ সেই আগৰ উন্মাদনা...
Read moreৰাছিয়ান সেনা বাহিনীৰ আক্ৰমণত বিস্তৰ ক্ষতিসাধন হৈছেইউক্ৰেইনৰ মাৰিঅ’পোলস্থিত ইউৰোপৰ অন্যতম বৃহৎ লো আৰু তীখাৰ উদ্যোগ ‘আজোভষ্টাল’ৰ। এই কথা প্ৰকাশ কৰিছে...
Read moreনিউজিলেণ্ডৰ সাগৰৰ পাৰত আৱদ্ধ হৈ পৰি দুই ডজনতকৈও অধিক তিমিৰ মৃত্যু ঘটিছে। প্ৰাণী সংৰক্ষণবিদসকলে এই কথা সদৰী কৰিছে। দেশখনৰ প্ৰাণী...
Read moreইউক্ৰেইনৰ ৰাজধানী কীয়েভৰ আৱাসিক অঞ্চলত ৰাছিয়াৰ সেনা বাহিনীৰ ৰকেট আক্ৰমণত নিহত হৈছে দেশখনৰ জনপ্ৰিয় অভিনেত্ৰী ওকছানা শভেটছ। শুকুৰবাৰে অভিনেত্ৰীগৰাকীৰ ‘ইয়ং...
Read moreএগৰাকী ৰাছিয়ান মডেলৰ ৰহস্যজনক মৃত্যুৰ স’তে সাঙোৰ খাই পৰিছে দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নাম। ইউক্ৰেইন যুদ্ধৰ মাজতে ঘটা এই ঘটনাই...
Read moreইউক্ৰেইনৰ সকলোতে এতিয়া ৰাছিয়াৰ গুপ্তচৰ তথা দখলদাৰী গোট বা ডাইভাৰছন গ্ৰুপৰ বিচৰণ ঘটিছে। ইয়াৰ ফলত দেশখনৰ ক’তো আৰু নিৰাপদ স্থান...
Read moreশেষ হোৱা নাই ক’ভিদ। ক’ভিদৰ ভয়াৱহতাৰ পৰা বিশ্বই সাময়িকভাৱে মুক্তি পালেও আকৌ ভূমুকি মাৰিছে ক’ভিদে। সমগ্ৰ বিশ্বতে শেহতীয়াকৈ ক’ভিদৰ পুনৰ...
Read moreৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত প্ৰথম অৱস্থাৰ পৰাই নিৰপেক্ষ স্থিতি অৱলম্বন কৰি আহিছে ভাৰতে। ৰাষ্ট্ৰসংঘত এই বিষয়ত ভোটদানৰ পৰাও বিৰত আছে ভাৰত।...
Read moreৰাছিয়াৰ জনতাই নিবিচাৰে যুদ্ধৰ ভয়াৱহতা! ৰাষ্ট্ৰপতি পুটিনে যি যুদ্ধ আৰম্ভ কৰিছে, তাক সমৰ্থন নকৰে ৰাছিয়াৰ জনতাই! ইতিমধ্যে মস্কোকে ধৰি দেশখনৰ...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd