গাজাৰ জনসাধাৰণৰ প্ৰতি সমৰ্থন আৰু শ্ৰদ্ধা জনাবলৈ বিশ্ববিখ্যাত বেণ্ড পিংক ফ্লয়ডৰ সহ-প্ৰতিষ্ঠাপক ৰজাৰ ৱাটাৰ্ছে পেলেষ্টাইনৰ গায়িকা মোনা মিয়াৰিৰ সৈতে লগ...
Read moreDetailsএগৰাকী ব্ৰাজিলীয় মহিলাক দক্ষিণ কোৰিয়াৰ এখন আদালতে স্থগিত কাৰাদণ্ড প্ৰদান কৰিছে। আদালতে তেওঁক দেশান্তৰিত কৰাৰো সম্ভাৱনা আছে বুলি খবৰ প্ৰকাশ...
Read moreDetailsঋণ জালিয়াতিৰ গোচৰত পুনৰ বিপদত পৰিছে নীৰৱ মোডী। এইবাৰ লণ্ডনৰ চাৰ্কিট কমাৰ্চিয়েল ক’ৰ্টৰ নিৰ্দেশ অনুসৰি ভাৰতৰ পৰা পলাতক উদ্যোগপতিজনে ১৭...
Read moreDetailsসমগ্ৰ বিশ্বত এতিয়াও প্ৰায় ৬৫ কোটি ৫০ লাখ লোক বিজুলী সংযোগৰ পৰা বঞ্চিত হৈ আছে, যিটো বিশ্বৰ মুঠ জনসংখ্যাৰ ৮...
Read moreDetailsগাজাত চলি থকা দীঘলীয়া সংঘৰ্ষই পেলেষ্টাইনী শিশুসকলৰ জীৱনলৈ নমাই অনা ভয়াৱহ প্ৰভাৱ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতেই...
Read moreDetailsনিউয়ৰ্ক চহৰত অনুষ্ঠিত ডেম'ক্ৰেটিক দলৰ প্ৰাইমাৰী নিৰ্বাচনত মেয়ৰ জোহৰান মামদানি আৰু ডেম'ক্ৰেটিক ছ'চিয়েলিষ্ট মুভমেণ্টে এক চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছে। মঙলবাৰে...
Read moreDetailsবুধবাৰে নিশা দক্ষিণ আমেৰিকাৰ ৰাষ্ট্ৰ ভেনিজুৱেলাত ধাৰাবাহিক দুটাকৈ অতি শক্তিশালী ভূমিকম্পই দেশখনত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে। ৰাজধানী কাৰাকাছ আৰু ইয়াৰ...
Read moreDetailsট্ৰাম্প প্ৰশাসনৰ কঠোৰ ভ্ৰমণ নিষেধাজ্ঞা আৰু টিকটৰ আকাশলংঘী মূল্যৰ মাজতো আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ এক...
Read moreDetailsনিউয়ৰ্কৰ ৰাজনীতিত ঘটিছে এক ডাঙৰ পৰিৱৰ্তন । ডেম'ক্ৰেটিক পাৰ্টিৰ প্ৰাথমিক নিৰ্বাচনত ৭১ বছৰীয়া প্ৰবীণ নেতা আড্ৰিয়ানো এস্পাইলাটক পৰাস্ত কৰিছে ৩২...
Read moreDetailsফিফা বিশ্বকাপ ২০২৬ৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰাপত্তা বিভাগে ইৰানৰ ৰাষ্ট্ৰীয় ফুটবল দলটোৰ বাবে ভ্ৰমণৰ নিয়ম আংশিকভাৱে শিথিল কৰিছে। পূৰ্বৰ নিয়ম...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd