জীৱনশৈলী

লিভাৰৰ বাবে জৰুৰী মেগনেছিয়াম, কি কি খাদ্য মিলাই খালে ৰোধ কৰিব পাৰি ফেটি লিভাৰৰ আশংকা

লিভাৰ আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। সামগ্ৰিক সুস্থতাৰ বাবে লিভাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বৰ্তমান আধুনিক জীৱনশৈলীয়ে কম বয়সতে...

Read moreDetails

আওমৰণে মৰিল! ১০ হাজাৰ টকাৰ বাজি জিকিবলৈ খালে পাঁচ বটল সুৰা, মৃত্যু যুৱকৰ

বাজি আছিল যে পানীৰ লগত মিহলি নকৰাকৈ পাঁচ বটল মদ খাব পাৰিলে ১০ হাজাৰ টকা জিকিব। কৰ্ণাটকৰ এজন যুৱকে সেই...

Read moreDetails

বাৰীৰ চুকত থকা এইবিধ শাকে নিবাৰণ কৰিব গেছৰ সমস্যা, পেট বিষ, কোষ্ঠকাঠিন্য আদি, এইদৰে খাওক মানিমুনি

বাৰীৰ চুকত সহজেই উপলব্ধ হোৱা এবিধ ঔষধিযুক্ত বন শাক হৈছে মানিমুনি। এজাক বৰষুণৰ পাছতেই বাৰীত ছানি ধৰা মানিমুনি শাকৰ আছে...

Read moreDetails

চুলিত উফি কিয় হয়? উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি?

চুলিত উফি হোৱাৰ মূল কাৰণ হ’ল Pediculus humanus capitis নামৰ এবিধ পৰজীৱীৰ সংক্ৰমণ। ই এক সংক্ৰামক ৰোগ। অপৰিষ্কাৰ-অপৰিচ্ছন্নতাৰ সৈতে ইয়াৰ...

Read moreDetails

দিনটো ক্লান্তি অনুভৱ কৰি থাকে নেকি? আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই ৭টা পুষ্টিকৰ খাদ্য

ৰাতিপুৱা উঠি ক্লান্তি অনুভৱ কৰে নেকি? দুপৰীয়াৰ আহাৰৰ পিছত শক্তিহীনতাৰ সমস্যা হয় নেকি? এনে সমস্যাৰ পৰা হাত সাৰিবলৈ আপোনাৰ খাদ্য...

Read moreDetails

এছিয়ান যোগাসন ছেম্পিয়নশ্বিপত দুটাকৈ সোণৰ পদকেৰে গৌৰৱ কঢ়িয়ালে অসমৰ স্পৃহাই

নতুন দিল্লীত অনুষ্ঠিত দ্বিতীয় এছিয়ান যোগাসন স্পোৰ্টচ ছেম্পিয়নশ্বিপ ২০২৫ (2nd Asian Yogasana Sports Championship 2025) ত দুটাকৈ সোণৰ পদক অৰ্জনেৰে...

Read moreDetails

গ্ৰীষ্মকালৰ বাবে স্বাস্থ্যসন্মত ব্ৰেকফাষ্টৰ ৰেচিপি, এই খাদ্যই আপোনাৰ ওজন কমোৱাত কৰিব সহায়

এই প্ৰচণ্ড গৰমত খাদ্য আৰু পানীয়ৰ সমস্যা সদায় থাকেই। বহুতৰে গধুৰ খাদ্য খাবলৈ মন নাযায়। তদুপৰি এই গৰমত পেটত থকা...

Read moreDetails

পেট ভৰাই মাংস খুওৱাৰ পিছত প্ৰযোজকক বাচন ধুৱলৈ দিছিল নানা পাটেকাৰে! জানেনে সেই ঘটনা?

বলীউডৰ প্ৰখ্যাত অভিনেতা পৰেশ ৰাৱাল আৰু নানা পাটেকাৰৰ অভিনয় জগতত দীৰ্ঘদিনীয়া বন্ধুত্ব। এই দুয়োগৰাকী অভিনেতাই ‘ৱেলকাম’, ‘ক্ৰান্তি বীৰ’, ‘কামাল ধামাল...

Read moreDetails

ৰাতিপুৱা নে ৰাতি? কোন সময়ত গা ধোৱাটো শৰীৰৰ বাবে অধিক উপকাৰী?

বেছিভাগ সময়তে আমি কেতিয়া গা ধুওঁ সেয়া নিৰ্ভৰ কৰে আমাৰ শাৰীৰিক কাৰ্যকলাপৰ সময়সূচীৰ ওপৰত। বহুতৰে শাৰীৰিক কাৰ্যকলাপৰ পিছত গা ধোৱাৰ...

Read moreDetails

দুবছৰত তিনিটা বিবাহ বিচ্ছেদ! আদৰ্শ সঙ্গী বিচাৰি চতুৰ্থ পত্নীৰ পৰাও বিবাহ বিচ্ছেদ বিচাৰি বিতৰ্কত অধ্যাপক

বাৰে বাৰে বিয়া পাতিছে যদিও কোনোমতে "আদৰ্শ সংগী" বিচাৰি পোৱা নাই। উত্তৰ প্ৰদেশৰ এজন অধ্যাপকে দুবছৰৰ ভিতৰত চতুৰ্থবাৰৰ বাবে বিবাহ...

Read moreDetails
Page 27 of 264 1 26 27 28 264

Stay Connected

Recent News