দেশ

নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিলৈ ‘অনুসন্ধান পাৰদৰ্শিতা বঁটা’

নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ২০১৯ বৰ্ষৰ অনুসন্ধান পাৰদৰ্শিতা বঁটা আগবঢ়াইছে। শংকৰব্ৰত ৰায় মেধিৰ লগতে...

Read moreDetails

জম্মু-কাশ্মীৰত ক্ৰিকেট একাডেমি খোলাৰ মন মহেন্দ্ৰ সিং ধোনীৰ

জম্মু-কাশ্মীৰত এখন ক্ৰিকেট একাডেমি খোলাৰ মন বান্ধিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে। উক্ত একাডেমিত ৰাজ্যখনৰ ক্ৰিকেটৰ প্ৰতি...

Read moreDetails

গুগল দুদলত বিক্ৰম চাৰাভাই

বিজ্ঞানী বিক্ৰম চাৰাভাইৰ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলিৰূপে উচৰ্গিত হৈছে গুগল দুদল। সোমবাৰৰপৰা গুগল দুদলত দেখা গৈছে ভাৰতৰ মহাকাশ অভিযানৰ পিতৃপুৰুষৰূপে জনাজাত...

Read moreDetails

সন্মুখত স্বাধীনতা দিৱস; ভাৰত-বাংলা সীমান্তত সষ্টম বি এছ এফ

৭৩ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে সীমান্তৱৰ্তী অঞ্চল সমূহতো নিৰাপত্তা বেষ্টনী...

Read moreDetails

কাশ্মীৰ: শ্ৰীনগৰত আটক য়েচুৰি-ৰাজাক, গুৱাহাটীত প্ৰতিবাদ কমিউনিষ্টৰ

চি পি আই আৰু চি পি আই-এমৰ সাধাৰণ সম্পাদক ক্ৰমে দি ৰাজা আৰু সীতাৰাম য়েচুৰিক জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত আটক কৰাৰ বিৰুদ্ধে...

Read moreDetails

বিষয় কাশ্মীৰ: সাংসদ ত্ৰিমূৰ্তি দিলীপ-তপন-কুইন সহিতে সংবাদমেল ৰঞ্জিত দাসৰ

জম্মু-কাশ্মীৰ বিষয়ক সংবিধানৰ ৩৭০নং প্ৰবন্ধ “বাতিলকৰণ” প্ৰসংগত নিজ দলৰ চৰকাৰৰ পদক্ষেপত পৰম আনন্দ প্ৰকাশেৰে শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰে বিজেপি,...

Read moreDetails

মেলব’ৰ্নত উজলিল ৰীমা দাস; ‘বুলবুল কেন ছিং’ ছবিয়ে আঁজুৰিলে শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান

শেহতীয়া ছবি ‘বুলবুল কেন ছিং’ৰ জৰিয়তে পৰিচালিকা ৰীমা দাসে পুনৰ এবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। এইবাৰ 'ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব...

Read moreDetails

কিয় বিৰোধিতা কৰা উচিত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বিল, ২০১৯?

স্বাস্থ্য এক অতিকৈ গুৰুত্বপূৰ্ণ বিষয়। সুস্থ-সৱল ব্যক্তিবিনে সমাজ উন্নতিৰ পথত যাব নোৱাৰে। কিন্তু এই কথাবোৰ জানিও চৰকাৰে দেশৰ স্বাস্থ্য ব্যৱস্থাত...

Read moreDetails

মানুহৰ অন্ধ বিশ্বাসৰ পৰা কেতিয়া মুক্ত হ’ব মেকুৰী?

আজি আন্তঃৰাষ্ট্ৰীয় মেকুৰী দিৱস। প্ৰত্যেক বছৰে ৮ আগষ্টৰ দিনটো সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় মেকুৰী দিৱস হিচাপে পালন কৰা হয়। ২০০২ চনত...

Read moreDetails

বাংলাদেশী অবৈধ অনুপ্ৰৱেশক লৈ উদ্বিগ্ন ভাৰত, গৃহ মন্ত্ৰী পৰ্য্যায়ৰ বৈঠকত উত্থাপন

বাংলাদেশৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশক লৈ চুবুৰীয়া দেশখনক ভাৰতৰ উদ্বিগ্নতা জনাইছে গৃহ মন্ত্ৰী অমিত শ্বাহে। বিশেষকৈ অসমকে ধৰি উত্তৰ-পূবলৈ হোৱা...

Read moreDetails
Page 1788 of 1820 1 1,787 1,788 1,789 1,820

Stay Connected

Recent News