দেশ

১ কোটি টকাৰ ক্ষতিপূৰণৰ দাবী; মাদ্ৰাজ উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তামান্না ভাটিয়াৰ আবেদন?

দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে অভিনেত্ৰী তামান্না ভাটিয়াই। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তেওঁৰ ক্ষতিপূৰণৰ...

Read moreDetails

এবছৰ নৌহওতেই পুনৰ ভাৰত ভ্ৰমণলৈ পুটিন! নিশ্চিত কৰিছে ক্ৰেমলিনে

যোৱা বছৰৰ শেষৰ ফালে ইউক্ৰেইন যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। এবছৰ হোৱাৰ আগতেই হয়তো...

Read moreDetails

দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা নাই এন ডি এৰ; সংখ্যাৰ পৰীক্ষাত উত্তীৰ্ণ হ’বনে মহিলা সংৰক্ষণ বিধেয়ক?

যদিহে ই আন দলৰ সমৰ্থন আদায় কৰিব নোৱাৰে বা তেওঁলোকৰ কিছুমানক ভোটদানৰ পৰা বিৰত ৰাখিব নোৱাৰে তেন্তে মহিলা সংৰক্ষণ বিধেয়ক...

Read moreDetails

ধূসৰ হৈ আহিছে কাম্বলিৰ স্মৃতিশক্তি, মগজুত গোট খাইছে তেজ; ব্ৰেইন ষ্ট্ৰোক হোৱাৰ আশংকা চিকিৎসকৰ

ডেৰ বছৰ আগতে গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল। তাৰ পৰা কিছু সুস্থ হৈ ঘৰলৈ উভতি আহিছিল। অৱশ্যে প্ৰাক্তন...

Read moreDetails

ডেলিমিটেচন বিলৰ কপি জ্বলালে ষ্টেলিনে; আসনৰ সংখ্যা অপৰিৱৰ্তিত ৰাখি মহিলাৰ সংৰক্ষণ বিচাৰে কংগ্ৰেছে

সংসদ আৰু বিধানসভা আৰু বিধান পৰিষদৰ মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ আৰু সংসদীয় সমষ্টিৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত বিধেয়কখনক লৈ...

Read moreDetails

আততায়ীৰ নিৰ্বিচাৰ গুলীচালনাত থকাসৰকা লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক আমিৰ হামজা, লাহোৰত চাঞ্চল্য

আকৌ এবাৰ পাকিস্তানৰ মাটিত অচিনাক্ত আক্ৰমণকাৰীয়ে লক্ষ্য কৰি লৈছে লস্কৰ-ই-তৈবাৰ শীৰ্ষ নেতাক। লাহোৰৰ এটা নিউজ চেনেলৰ কাৰ্যালয়ৰ বাহিৰত লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক...

Read moreDetails

বিশ্ব দবাৰ মঞ্চত ভাৰতীয় কন্যাৰ দপদপনি: ছাইপ্ৰাছত চূড়ান্ত বিজয় সাব্যস্ত কৰি বিশ্ব খিতাপৰ দিশে অগ্ৰসৰ বৈশালী

ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ আৰ. বৈশালীয়ে ২০২৬ বৰ্ষৰ ফিডে মহিলা শাখাত ঐতিহাসিক বিজয় সাব্যস্ত কৰি প্ৰথমগৰাকী ভাৰতীয় হিচাপে এই সন্মানীয় খিতাপ অৰ্জন...

Read moreDetails

সমাজ কঁপোৱা ঘৃণনীয় কাণ্ড: নাবালকৰ গোপন ভিডিঅ’ প্ৰস্তুত কৰি ব্লেকমেইলিং

সমগ্ৰ দেশক জোকাৰি যোৱা এক জঘন্য আৰু অমানৱীয় ঘটনাত একাধিক নাবালকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।...

Read moreDetails

ধৰ্মীয় স্বাধীনতা বনাম মৌলিক অধিকাৰ: সৱৰীমালা গোচৰৰ শুনানিত সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে সৱৰীমালা গোচৰৰ শেহতীয়া শুনানিত এক অতি গুৰুত্বপূৰ্ণ নিৰীক্ষণ দাঙি ধৰিছে। সমাজ সংস্কাৰ আৰু ধৰ্মীয় স্বাধীনতাৰ মাজৰ ভাৰসাম্য...

Read moreDetails

সংসদত আজি উত্থাপন হ’ব মহিলা সংৰক্ষণ আৰু সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক

সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ থকা তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক আজি সংসদত উত্থাপন হ'ব। লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ...

Read moreDetails
Page 196 of 1819 1 195 196 197 1,819

Stay Connected

Recent News