দেশ

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাত খালী ৫৪১টা পদ! কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন বিৰোধীৰ

দেশৰ বাবে এক চিন্তাজনক খৱৰ। কাৰণ প্ৰাপ্ত তথ্য অনুসৰি, চলিত বৰ্ষৰ ৩০ জুন পৰ্যন্ত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ এনআইএত খালী...

Read moreDetails

অপাৰেচন সিন্দূৰৰ পোষ্টত হাঁহিৰ ইমোজিৰে প্ৰতিক্ৰিয়া জনোৱা মহিলাৰ বিৰুদ্ধে এফআইআৰ বাতিলৰ আবেদন খাৰিজ বম্বে উচ্চ ন্যায়ালয়ৰ

বম্বে উচ্চ ন্যায়ালয়ে মঙলবাৰে পুনেৰ ফাৰাহ দীবা নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ বাতিলৰ আবেদন খাৰিজ কৰিছে। অভিযোগ অনুসৰি...

Read moreDetails

নৰ্মাদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰক মানহানিৰ গোচৰত দোষী সাব্যস্তকৰণ সমৰ্থন কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে নৰ্মাদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰৰ বিৰুদ্ধে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই দাখিল কৰা ২৪...

Read moreDetails

“মোৰ অনুৰোধত ভাৰতে পাকিস্তানৰ সৈতে যুদ্ধবিৰতি কৰিলে”- বৰ্ধিত শুল্কৰ বিষয়ে উল্লেখ কৰি ট্ৰাম্পৰ দাবী

পাকিস্তানৰ সৈতে যুদ্ধ বিৰতিত আমেৰিকাৰ হস্তক্ষেপৰ কথা মোদী চৰকাৰে অস্বীকাৰ কৰি আহিছে। সম্প্ৰতি চলি থকা গ্ৰীষ্মকালীন অধিৱেশনতো এই সন্দৰ্ভত বিৰোধীৰ...

Read moreDetails

ভাইৰেল ভিডিঅ’ই উদঙাই দিলে চিকিৎসকৰ গাফিলতি: মিৰাটৰ এখন চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগত চিকিৎসকৰ অৱহেলাত ৰোগীৰ মৃত্যু

উত্তৰ প্ৰদেশৰ মিৰাটৰ লালা লাজপত ৰায় মেম’ৰিয়েল (এল এল আৰ এম) চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন বিভাগত সংঘটিত এটা ঘটনাই ব্যাপক বিতৰ্কৰ...

Read moreDetails

যদি মোদীৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আছে, তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল: ৰাহুল গান্ধী

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সংসদত অপাৰেচন সিন্দুৰক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ কৰে।  ৰাহুলে ভাৰত-পাকিস্তান সীমান্তৰ উত্তেজনাৰ সময়ত ৰাজনৈতিক ইচ্ছাশক্তিৰ অভাৱত...

Read moreDetails

ইয়াতেই লিখা হৈছিল ‘গীতঞ্জলি’, এতিয়া পৰিতক্ত ৰবীন্দ্ৰনাথৰ সেই ‘হৈমন্তী’! ৰক্ষণাবেক্ষণৰ দাবী প্ৰতিমা মণ্ডলৰ

নাম আছিল ‘স্নো ভিউ’। ৰবীন্দ্ৰনাথ ঠাকুৰে ৰামগড়ৰ পাহাৰৰ সেই সৰু বাংলোটোৰ নাম ৰাখিলে ‘হৈমন্তী’। উত্তৰাখণ্ডৰ নৈনিতালৰ এই ঘৰতে ‘গীতঞ্জলি’ৰ এটা...

Read moreDetails

পেহেলগামৰ বিফলতাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি  ‘ৰাজধৰ্ম’ৰ নীতি মানি চলিব লাগিছিল : গৌৰৱ গগৈ

অপাৰেচন সিন্দূৰৰ সম্পৰ্কত সদনত চলি থকা বিতৰ্কত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ বক্তব্যত এক দশকৰ পূৰ্বেই  বিৰোধী উপ-দলপতি...

Read moreDetails

ৰাস্তা নে পথাৰ? দৈনিক ৩ কিঃমিঃ বোকা পাৰ কৰি বিদ্যালয়মুখী আদিবাসী শিক্ষাৰ্থী

ৰাস্তাৰ কোনো অৱস্থা নাই। আঁঠুলৈকে থকা বোকাৰ মাজেদি খোজকাঢ়ি বিদ্যালয়লৈ যায় কণমানি ছাত্ৰ-ছাত্ৰী। অন্ধ্ৰ প্ৰদেশৰ পাৰ্বতীপুৰম মান্যাম জিলাৰ এটা ভিডিঅ’...

Read moreDetails

এই চৰকাৰৰ ৰাজনৈতিক কাপুৰুষালি অতুলনীয়- লোকসভাত মোদী-শ্বাহক তীব্ৰ সমালোচনা প্ৰিয়ংকা গান্ধীৰ

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই মঙলবাৰে লোকসভাত অপাৰেচন সিন্দুৰৰ বিশেষ বিতৰ্কত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত...

Read moreDetails
Page 553 of 1881 1 … 552 553 554 … 1,881

Stay Connected

Recent News