দেশ

আই চি চি ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত পুনৰ ভাৰত বনাম অষ্ট্ৰেলিয়া; এইবাৰ অন্য ৰূপত টীম ইণ্ডিয়া!

এইবাৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ফাইনেলত ভাৰত বনাম অষ্ট্ৰেলিয়া। বৃহস্পতিবাৰে ছেমি ফাইনেলত পাকিস্তানক পৰাস্ত কৰে অষ্ট্ৰেলিয়াই। দেওবাৰে অৰ্থাৎ ১১ ফেব্ৰুৱাৰীত...

Read moreDetails

পত্নীব্ৰতা স্বামী! মৰ্মান্তিক গাড়ী দুৰ্ঘটনাত মৃত্যু পত্নীৰ; নিজৰ বিৰুদ্ধে FIR দাখিল কৰিলে শিক্ষকে

পথৰ কুকুৰক বচাবলৈ গাড়ী দুৰ্ঘটনাৰ খবৰ প্ৰায়েই পোৱা যায়। ইয়াৰ ফলত বহু লোক আহত হয় আৰু আনকি বহুতে প্ৰাণো হেৰুৱায়।...

Read moreDetails

উত্তপ্ত উত্তৰাখণ্ডঃ ‘অবৈধ’ মাদ্ৰাছা উচ্ছেদৰ পিছতে সংঘৰ্ষৰ সূত্ৰপাত, ‘শ্বুট এট চাইট’ৰ আদেশ

সংঘৰ্ষজৰ্জৰ হৈ পৰিছে উত্তৰাখণ্ড। ৰাজ্যখনৰ হালদ্বাণীত আজি প্ৰশাসনে এখন অবৈধ মাদ্ৰাছা উচ্ছেদ কৰাৰ পিছতে ভয়াৱহ সংঘৰ্ষৰ সূত্ৰপাত হৈছে। সংঘৰ্ষত আহত...

Read moreDetails

জঘন্য! নিজ পুত্ৰৰ হাতত প্ৰহৃত হৈ প্ৰাণ হেৰুৱালে ৰাষ্ট্ৰীয় বঁটা বিজয়ী চিনেমাৰ অভিনেত্ৰীয়ে

ৰাষ্ট্ৰীয় বঁটা বিজয়ী তামিল ছবি ‘কদৈচি বিভাছয়ী’ৰ এগৰাকী অভিনেত্ৰীৰ মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। নিজ পুত্ৰৰ হাতত প্ৰহৃত হৈ প্ৰাণ...

Read moreDetails

সংসদত মোদীৰ মুখত মনমোহনৰ জয়গান! স্তম্ভিত বিৰোধী, হঠাতে এয়া নতুন কথা?

সংসদত থিয় হৈ কংগ্ৰেছক সমালোচনাৰে তীব্ৰ আক্ৰমণ কৰিছে নৰেন্দ্ৰ মোদীয়ে। তাত নতুন কি আছে? কিন্তু যেতিয়া তেওঁৰ মুখৰ পৰা কোনো...

Read moreDetails

‘বিশ্ব শ্ৰেষ্ঠ কোহলি, আটাইতকৈ ভয়ংকৰ ৰোহিত’, কিং- হিটমেন যুটিক বিৰাট চাৰ্টিফিকেট ছামীৰ

দেশত চলি আছে হাই ভল্টেজৰ ভাৰত-ইংলেণ্ড টেষ্ট ছিৰিজ। অৱশ্যে ভাৰতীয় তাৰকা পেচাৰ মহম্মদ ছামীয়ে সেই ছিৰিজত খেলা নাই। জানিব পৰা...

Read moreDetails

আই এ এছ- আই পি এছৰ সন্তান, তথাপি কিয় সংৰক্ষণ? প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

আই এ এছ আৰু আই পি এছৰ দৰে আমোলাৰ সন্তানে সংৰক্ষণৰ সুবিধা লাভ কৰিব লাগেনে? এই প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম...

Read moreDetails

বিজ্ঞানৰ জটিল কথাবোৰ ভিডিঅ’ৰে বুজাই প্ৰায় ৩.৩১ কোটি টকা জিকিলে ভাৰতীয় কিশোৰীয়ে

ভাৰতলৈ আহিল বিজ্ঞানৰ অস্কাৰ। ১৭ বছৰীয়া কিশোৰী ছিয়া গ’ডিকাই এই বিশেষ পুৰস্কাৰ আৰু ৪ লাখ মাৰ্কিন ডলাৰ লাভ কৰে। ভাৰতীয়...

Read moreDetails

অজিত পাৱাৰ শিৱিৰেই প্ৰকৃত এন চি পি; নিৰ্বাচন আয়োগৰ সিদ্ধান্তত ক্ষুব্ধ শাৰদ পাৱাৰ শিৱিৰ

নিৰ্বাচন আয়োগে অজিত পাৱাৰৰ শিৱিৰক প্ৰকৃত ৰাষ্ট্ৰীয় কংগ্ৰেছ দল (এন চি পি) বুলি ঘোষণা কৰে। যোৱা ৬ মাহ ধৰি প্ৰকৃততে...

Read moreDetails

অগ্নিগৰ্ভ ৰাখাইন; ভাৰতীয় নাগৰিকক অনতিপলমে ম্যানমাৰ এৰাৰ পৰামৰ্শ ভাৰত চৰকাৰৰ

ম্যানমাৰৰ ৰাখাইন পুনৰ অশান্ত হৈ পৰিছে। সেই দেশৰ বিদ্ৰোহৰ জুইত জ্বলি উঠিছে প্ৰদেশখন। তাত থকা লোকসকলে নিৰাপত্তাৰ অভাৱত ভুগিছে। এনে...

Read moreDetails
Page 620 of 1406 1 619 620 621 1,406

Stay Connected

Recent News